DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Flood in Assam: অৱশেষত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান; বৰনদীৰ বুকুত আৱদ্ধ ১৪টা পৰিয়ালক উদ্ধাৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
June 18, 2022 10:23 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

132
VIEWS
Share on FacebookShare on Twitter

অৱশেষত শ্বাসৰুদ্ধকৰ পৰিবেশৰ অন্ত পেলাই বৰনদীৰ বুকুত আবদ্ধ তামুলপুৰ জিলাৰ ২ নং ডোঙৰগাঁওৰ ১৪ টাকৈ পৰিয়ালৰ অৰ্ধ শতাধিক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় সেনা বাহিনী, গোৰেশ্বৰ শিখৰ এডভেনশ্বৰ ক্লাব, গ্ৰীণটেক বগামাটি এডভেনশ্বৰ ক্লাৱৰ উদ্ধাৰকাৰী দলৰ অভিযানত উদ্ধাৰ কৰা হয় এই লোকসকলক।

ফটো: নৰ্থইষ্ট নাও।

বৰনদীৰ মথাউৰী ভাঙি যোৱাৰ ফলত নদীৰ বুকুত আবদ্ধ হৈ পৰিছিল শিশু-মহিলা সহ ১৪ টাকৈ পৰিয়ালৰ অৰ্ধ শতাধিক লোক।

তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বিটিচিৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্মনাৰায়ন দাসৰ তৎপৰতাত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত চলা অভিযানত নিৰপদে উদ্ধাৰ কৰা হয় জলবন্দী হৈ থকা লোক সকলক।

ফটো: নৰ্থইষ্ট নাও।

শুকুৰবাৰে দিনৰ ভাগৰ পৰাই এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও নৈখনৰ পানীৰ তীব্ৰ সোঁতৰ বাবে সন্ধিয়ালৈকে উদ্ধাৰ অভিযান ব্যৰ্থ হয়।

ফটো: নৰ্থইষ্ট নাও।

সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে তামুলপুৰৰ অময়াপুৰ, চলিকান্দা, চাপাতল, হাঁহকাটা, বালাবাৰী, মাদাৰবাৰী আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল।

ফটো: নৰ্থইষ্ট নাও।

আজিও এই অঞ্চলসমূহৰ বহু লোক জলবন্দী হৈ আছে।

Recent News

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Chess Tournament চতুৰ্থ আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা,শীৰ্ষ বাছনিৰ অৰ্পণ দাসৰ অগ্ৰগতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd