• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 29, 2022 7:05 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Tips to Relieve Frustration হতাশা হ’ল এক ধৰণৰ মানসিক অবস্থা। যেতিয়া এজন ব্যক্তিয়ে জীবনৰ প্রতি সকলো আগ্রহ হেৰুৱাই পেলাই, নিৰাশাই আৱৰি ধৰে, নিজৰ সম্বন্ধে, অন্যৰ সম্বন্ধে, আনকি সমগ্র পৃথিবী সম্পর্কে নেতিবাচক ধাৰণা পোষণ কৰে আৰু এই অৱস্থা যদি অন্ততঃ ১৫ দিন বা তাৰ বেছি সময় ধৰি চলে, তেতিয়া তাকে হতাশাত ভোগা বুলি কোৱা হয়।

হতাশা কি আপোনালোকে জানেনে? আহকচোন চাও:-

যদি কেতিয়াবা সমস্যাৰ সন্মুখীন হোৱাৰ দক্ষতা কম থাকিলে ভয় সোমাই যায় তেতিয়া হতাশালৈ পৰিণত হৈ পৰে। বহু লোকে তুচ্ছ ঘটনাক বহু ডাঙৰকৈ মনত সুমুৱাই লয় আৰু এইবোৰ ভাবি ভাবি হতাশাৰ সাগৰত ডুব যায়।

পৰিয়ালৰ ফালৰ পৰা যদি অনবৰত দোষাৰোপ কৰি থাকে, বিপদত পৰিলে ব্যক্তিজনক সাহায্য নকৰে, তেতিয়া ব্যক্তিজনৰ মনত আত্মবিশ্বাসৰ অভাৱ হয় আৰু তেনে সময়তে তেওঁৰ কোনো কথাতেই উদ্যম নোহোৱা হয় আৰু তেওঁ হতাশাত ভুগিবলৈ আৰম্ভ কৰে।

Apply Now

দীর্ঘদিন ধৰি নেতিবাচক অৱস্থাৰ মাজেৰে গ’লেও মানুহৰ হতাশা আৰম্ভ হ’ব পাৰে তথা সম্পর্কৰ উত্থান পতনৰ কাৰণেও হতাশা হ’ব পাৰে।

আমি পঢ়িলোঁ যে হতাশা বিভিন্ন কাৰণত হ’ব পাৰে কিন্তু ইয়াক কেনেকৈ আঁতৰাই ৰাখিব পাৰি আপুনি জানেনে?

আত্মবিশ্লষণ কৰি নিজৰ ভাল দিশ বিলাকৰ এখন তালিকা বনাই লওক। সেই দিন বিলাকৰ প্রতি নিজকে আকৃষ্ট কৰক। দেখা যায় এনেকুৱা কৰিলে আত্মবিশ্বাস বৃদ্ধি পায় আৰু যিটো দিশৰ অভাৱত, হতাশ বোধ কৰিছে সেইটো ঠিক কৰাৰ চেষ্টা কৰিব লাগে।

পৰিয়ালৰ কোনো সদস্যৰ আচৰণৰ বাবে যদি হতাশাত ভুগিবলগীয়া হয় তেতিয়া তেওঁলোকৰ লগত কথা পাতিব লাগিব। সমস্যা হ’লে সমস্যাবোৰকলৈ আলোচনা কৰিলে ভাল হয়।

নিজকে যদি অকলশৰীয়া কৰি নেপেলাই সমাজৰ লোকসকলৰ লগত জড়িত হয় লগতে মানুহৰ লগত হাঁহি ধেমালি কৰে তেতিয়াও হতাশা দূৰ হয়।

হতাশা দূৰ কৰিবলৈ হ’লে,আচৰণ আৰু চিন্তাৰ পৰিৱৰ্তন কৰিব লাগিব। জোৰকৈ কাম কাজত মন দিব লাগিব তথা আনন্দদায়ক কাম বেছিকৈ কৰিব লাগিব।

হতাশা আঁতৰাবলৈ প্ৰাণায়াম কৰা ভাল কাৰণ প্ৰাণায়মৰ ফলত নিজৰ মন মগজু সুস্থিৰ হয় যাৰ ফলত হতাশা মনলৈ নাহে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm
কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd