• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

বিসম্বাদী নেতা একনাথ সিন্দেক উপ-মুখ্যমন্ত্ৰী পতাৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2022 11:07 am
Maharashtra Political Crisis
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাটকীয় ৰূপত সঘনাই পট পৰিবৰ্তন হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত। উচ্চতম ন্যায়ালয়ে বুধবাৰে উদ্ধৱ ঠাকৰে শিবিৰৰ আবেদন নাকচ কৰি আস্থাভোট অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে মুখ্যমন্ত্ৰী আসনৰ লগতে পদৰ লগতে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিছিল ঠাকৰেই।

ঠাকৰেৰ পদত্যাগৰ পিছতে মহাৰাষ্ট্ৰ বিধানসভাত আস্থাভোটৰ প্ৰয়োজনীয়তা নোহোৱা হৈ পৰে। এনে পৰিস্থিতিত ৰাজ্যখনৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে আস্থাভোট স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে।

Apply Now

ঠাকৰেৰ পদত্যাগ আৰু আস্থাভোটৰ বাতিলৰ পিছতে মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। বিসম্বাদৰ ৰাজনীতিয়ে ৰাজ্যখনত সৃষ্টি কৰা ৰাজনৈতিক সংকটৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰি অহা বিজেপিৰ নেতৃত্বতে ৰাজ্য খনত নতুন চৰকাৰ গঠন হ’ব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

বিসম্বাদৰ সূচনা কৰা একনাথ সিন্দেৰ সমৰ্থনত ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিছৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাটো প্ৰায় চূড়ান্ত হৈ পৰিছে। বিজেপিৰ নেতৃত্বত গঠন কৰিবলগীয়া চৰকাৰত একনাথ সিন্দেই উপ মুখ্যমন্ত্ৰীৰ পদ লাভ কৰাৰ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

আনহাতে বিসম্বাদী বিধায়কসকলে আজি গোৱাত এক বৈঠকত মিলিত হ’ব। বৈঠকৰ পিছতে বিসম্বাদী শিবিৰে মহাৰাষ্ট্ৰলৈ উভতিব আৰু ৰাজ্যৰ ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে।

উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পিছতে মহাৰাষ্ট্ৰ বিজেপিৰ নেতৃত্বই তাজ হোটেলত এক বিজয় উৎসৱ আয়োজন কৰা দেখিবলৈ পোৱা গৈছিল। মহাৰাষ্ট্ৰ বিজেপিয়ে টুইট যোগে ফাড়নবিছৰ এক ভাষণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

ভিডিঅ’টোত ফাড়নবিছে ‘এক নতুন মহাৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মই পুনৰ উভতি আহিম’ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ লগে লগে বিজেপিৰ নেতৃত্বতে যে মহাৰাষ্ট্ৰৰ নতুন চৰকাৰ গঠন হ’ব, ই পৰিষ্কাৰ হৈ পৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd