• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World Population Day বিশ্ব জনসংখ্যা দিৱস: দেশৰ বাবে বিশেষ খৱৰ; অহা বছৰেই ভাৰতৰ জনসংখ্যাই অতিক্ৰম কৰিব চীনক!

লোচন কৌশিক, গুৱাহাটী by লোচন কৌশিক, গুৱাহাটী
July 11, 2022 1:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India to surpass China as world’s populous country আজি বিশ্ব জনসংখ্যা দিৱস। আজিৰ দিনটোত দেশৰ বাবে আছে এটা বিশেষ খবৰ। বিশ্বৰ সকলো দেশক হৰুৱাই এক নম্বৰ স্থান দখল কৰাৰ দিশে আগবাঢ়িছে ভাৰত। এয়া ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত অনুমান কৰা হৈছে। কিন্তু কেনেকৈ আৰু কিহৰ ভিত্তিত কৰা হৈছে এই দাবী?

ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি অহা বছৰ ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হব পাৰে। সোমবাৰে প্ৰকাশ পোৱা এই প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনৰ নৱেম্বৰৰ মাজভাগলৈকে বিশ্বৰ জনসংখ্যা আঠশ কোটি হ’ব বুলি অনুমান কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিভাগৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা ইউনিটে এই প্ৰতিবেদন প্ৰকাশ কৰিছে।

Apply Now

১৯৫০ চনৰ পৰা বিশ্বৰ জনসংখ্যা আটাইতকৈ লেহেমীয়া গতিত বৃদ্ধি হৈ আহিছে। ২০২০ৰ পৰা এই গতি এক শতাংশতকৈও কমলৈ নামি আহিছে। ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদন অনুসৰি ২০৩০ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৮.৫ বিলিয়ন আৰু ২০৫০ চনত ৯.৭ বিলিয়নলৈ বৃদ্ধি পাব পাৰে।

প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনত ভাৰতে চীনক পিছ পেলাই বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে স্থান লাভ কৰিব। ২০২২ চনত বিশ্বৰ আটাইতকৈ বেছি জনবহুল অঞ্চল দুটা হৈছে পূব আৰু দক্ষিণ-পূব এছিয়া, য’ত ২.৩ বিলিয়ন লোকে বাস কৰে। তেওঁলোকে বিশ্বৰ ২৯ শতাংশ জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। মধ্য আৰু দক্ষিণ এছিয়াত ২.১ বিলিয়ন লোক আছে, যিয়ে বিশ্বৰ মুঠ জনসংখ্যাৰ ২৬ শতাংশক প্ৰতিনিধিত্ব কৰে।

প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতৰ জনসংখ্যা হৈছে ১৪১.২ কোটি, আনহাতে চীনৰ জনসংখ্যা হৈছে ১৪২.৬ কোটি। ২০২৩ চনৰ ভিতৰত চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ’বলগীয়া ভাৰতৰ জনসংখ্যা ২০৫০ চনত ১৬৬.৮ কোটি হ’ব বুলি অনুমান কৰা হৈছে।

নিশ্চয় এয়া সুখকৰ খবৰ নহয়। বিভিন্ন সমস্যাৰে জৰ্জৰিত ভাৰতৰ দৰে দেশত, জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক। জনসংখ্যা বৃদ্ধিয়ে এতিয়ালৈ সমাধা নোহোৱা সমস্যাবোৰ আৰু অধিক জটিলহে কৰি তুলিব। চৰকাৰৰ জনসংখ্যা নিয়ন্ত্ৰণ নীতিৰ ওপৰতো ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনে প্ৰশ্ন উত্থাপন কৰাৰ বাট মুকলি কৰি দিছে। কিমান কাৰ্যকৰী চৰকাৰী নীতিবোৰ! নে অকল মুখত কথাৰ ফুলজাৰীহে!

লোচন কৌশিক, গুৱাহাটী

লোচন কৌশিক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd