• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Sonowal Announces: নুমলীগড়ৰ জাহাজঘাটক অচিৰেই ব্যৱসায়িক বন্দৰলৈ উন্নীত কৰা হ’ব; ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী সোনোৱালৰ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
July 15, 2022 9:14 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Numaligarh ferry ghat to transform into a commercial port বোকাখাত মহকুমাৰ নুমলীগড়ত ধনশিৰি নদীত থকা পুৰণি জাহাজঘাটটো অচিৰেই উন্নীত হ’ব এক ব্যৱসায়িক নদী বন্দৰলৈ। ইয়াৰ বাবে ধনশিৰিমুখৰ পৰা নুমলীগড়লৈকে ধনশিৰি নদীখন অচিৰেই প্ৰায় পাঁচ মিটাৰকৈ খনন কৰা হ’ব।

নুমলীগড়ৰ এই প্ৰস্তাৱিত নদী বন্দৰক ৰে’ল সেৱাৰেও সংযোগৰ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। লগতে বোকাখাতৰ ধনশিৰিমুখৰ ঐতিহাসিক জাহাজ ঘাটৰো উন্নয়ণ কৰাৰ পৰিকল্পনা কৰা হ’ব।

বোকাখাতত বৃহস্পতিবাৰে সন্ধিয়া এই আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপথ আদি দপ্তৰৰ মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

লগতে পঢ়ক: Monkeypox in India: ভাৰততো ধৰা পৰিল মাঙ্কিপক্স; কেৰালাত প্ৰথমটো আক্ৰান্তৰ ঘটনা পোহৰলৈ

দলীয় এক সভাত অংশগ্ৰহণ কৰিবৰ বাবে বোকাখাতলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১৪ জুনৰ সন্ধ্যা আৱৰ্ত ভৱনত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ বিষয়ববীয়াৰ লগত এক আলোচনাত মিলিত হয় ৷

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তৰ নেতৃত্বত যোৱা সাংবাদিকৰ সঁজাতি দলৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য আকাশ ফুকন,  অনিমেশ শইকীয়া,দলটোৰ গোলাঘাট জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰা আৰু জিলা উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা এই আলোচনাত উপস্থিত থাকে ৷

লগতে পঢ়ক: Japanese Encephalitis: চতিয়াত জাপানী এনকেফেলাইটিজত এজনৰ মৃত্যু; বিশ্বনাথত এই ৰোগৰ বলি প্ৰথমগৰাকী ব্যক্তি

আলোচনা কালত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নুমলীগড়ৰ নদী বন্দৰৰ সৈতে বৃহৎ গুদাম আৰু শুল্ক বিভাগৰ লগতে কমেও ১১ টাকৈ কেন্দ্ৰীয় বিভাগ জড়িত হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ।

আলোচনা কালত ৰে’ল পথেৰে বোকাখাতক সংযোগ কৰা বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ কথাও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সাংবাদিকৰ দলটোক জানিবলৈ দিয়ে ।

উল্লেখ্য যে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় অতিকায় যন্ত্ৰাংশ জলপথৰেই নুমলীগড়় শোধনাগাৰলৈ অনাৰ বাবে আঁচনি প্ৰস্তুত কৰিছে শোধনাগাৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: Rupee Vs Dollar: বিজেপিৰ ভাল দিনত সস্তা হৈ পৰিছে টকা; ১ ডলাৰৰ মূল্য হ’লগৈ প্ৰায় ৮০ টকা

ইয়াৰ বাবেই ব্ৰহ্মপুত্ৰৰ পৰা ধনশিৰিমুখহৈ নুমলীগড়লৈকে ধনধিৰি নদী খননৰ পৰিকল্পনাও কৰা হৈছে ৷ অকল ধনশিৰি নদীয়েই নহয় প্ৰস্তাৱিত সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে কালিয়নী নদীকো ব্যৱহাৰ কৰিব পাৰে নুমলীগড় শোধনাগাৰে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd