• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰছ ভোটিং! অসমৰ বিৰোধীত ভাঙোন; দ্ৰৌপদী মুৰ্মুৱে লাভ কৰিলে ২৫ টা বিৰোধী ভোট

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 22, 2022 10:41 am
অসম বিধানসভাত ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান।

অসম বিধানসভাত ১৮ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান।

188
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিৰোধীত থকা ভাঙোন পুনৰবাৰ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটতে স্পষ্ট হৈছে এই কথা।

টুইটত মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি ১২৬ গৰাকী বিধায়কৰ ভিতৰত ১০৪ টা ভোট NDA সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে লাভ কৰিছে।

AIUDF ৰ দুগৰাকী বিধায়ক হজত যোৱা বাবে ভোট দানৰ পৰা বিৰত আছিল।

বাকী ৭৯ টা NDA অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ আছিল যদিও বাকী অতিৰিক্তভাৱে ২৫ টা ভোট বিৰোধী পক্ষৰ পৰা অহাটো একেবাৰে নিশ্চিত। অৰ্থাৎ ২৫ টা ক্ৰছ ভোটিং অসমৰ পৰা হোৱা বুলি মুখ্যমন্ত্ৰীৰ টুইটত স্পষ্ট।

Smt Droupadi Murmu polled 104 votes compared to NDA’s original strength of 79 in the 126 member Assam Assembly. 2 absent .

My heartfelt gratitude to the people of Assam for reposing their faith in the NDA’s Presidential candidate & wholeheartedly joining this historic moment.

— Himanta Biswa Sarma (@himantabiswa) July 21, 2022

প্ৰশ্ন হৈছে বিৰোধী পক্ষৰ কোন ২৫ গৰাকী বিধায়কে দিলে ক্ৰছ ভোটিং?

অৱশ্যে কিছুদিনৰ পৰা বিপিএফেও বিজেপিৰ সমৰ্থনতে কাম কৰি যোৱা বুলি অনুমান কৰিব পাৰি। তেনেক্ষেত্ৰত দ্ৰৌপদী মুৰ্মুৰ সমৰ্থনতে ভোট দিয়াটো স্বাভাৱিক।

এতিয়া পুনৰ প্ৰশ্ন হৈছে দুগৰাকীক বাদ দি AIUDF ৰ ১৩ গৰাকী বিধায়কে দ্ৰৌপদী মুৰ্মুৰ প্ৰতি সমৰ্থন জনাই দিলে নেকি ক্ৰছ ভোট?

কিছুসংখ্যকে কংগ্ৰেছৰ প্ৰতিও প্ৰশ্ন উত্থাপন নকৰা নহয়। কংগ্ৰেছৰ পৰা বহিষ্কৃত তিনি বিধায়কৰ বাদেও অন্য কংগ্ৰেছী বিধায়কেও কৰিলে নেকি ক্ৰছ ভোটিং?

এই সন্দৰ্ভত ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে ফেচবুকযোগে লিখিছে “অসমত NDA ৰ মুঠ শক্তি হ’ল ৭৯। দ্ৰৌপদী মুৰ্মুৱে পালে ১০৪টা ভোট। ক্ৰছ ভোটিং ২৫ টা ।

অৰ্থাৎ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰম্পৰা ৰক্ষা কৰি AIUDF য়ে দিলে ১৩ টা ভোট। ৰহা, কৰিমগঞ্জ দক্ষিণ আৰু বাঘবৰৰ বিদ্ৰোহী কংগ্ৰেছ বিধায়ক ক্ৰমে শশীকান্ত দাস, সিদ্দেক আহমেদ আৰু শ্বেৰমান আলীক লৈ মুঠ ১৬ টা ভোট বিজেপি নেতৃত্বাধীন NDA ত পৰাটো প্ৰায় খাটাং। পিছে আন ৯ জন ছদ্মবেশী বিধায়ক যদি কংগ্ৰেছৰ হয় তেতিয়া হ’লে তেওঁলোকৰ বিৰুদ্ধে দলটোৱে অনতিপলমে ব্যৱস্থা লব লাগে। যদি নোৱাৰে, অন্তত অসমৰ সংসদীয় ৰাজনীতিত তেওঁলোক শেষ”।

এতিয়া কথা হ’ল বিৰোধী বিধায়কৰ ভোট আছিল ৪৫ টা। ২৫ টা ভোট যদি ক্ৰছ হয় তেন্তে ২০ টা বিৰোধী ভোটহে যশোৱন্তই পালে!

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd