• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Internet addiction: বহু সময় ব্যস্ত থাকে নেকি ইণ্টাৰনেটত? অতিপাত ইণ্টাৰনেট ব্যৱহাৰো এক মানসিক বিসংগতি, জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 5, 2022 7:57 pm
Internet addiction disorder
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিচাযুক্ত দ্ৰৱ্য সেৱন, জুৱা খেল, অনিয়ন্ত্ৰিত যৌনাসক্তি আদিবোৰক যিদৰে মানসিক বিসংগতি/নিচাগ্ৰস্ততা (addiction) হিচাপে গণ্য কৰা হৈছে, সেইদৰেই অতিপাত ইন্টাৰনেট ব্যৱহাৰকো চিকিৎসা বিজ্ঞানৰ দিশৰ পৰা এক মানসিক বিসংগতি হিচাপে ঘোষণা কৰিবলৈ ওলাইছে চিকিৎসা বিজ্ঞানী সকল।

American Psychiatric Association দ্বাৰা প্ৰকাশিত মানসিক চিকিৎসক সকলৰ হাতপুথি ‘The Diagnostic and Statistical Manual of Mental Disorders (DSM-V)’ ৰ শেহতীয়া ভাৱে প্ৰকাশ পাবলগীয়া পঞ্চম সংস্কৰণত (২০১৩) অতিপাত ইন্টাৰনেট ব্যৱহাৰক ‘ইন্টাৰনেট নিচাগ্ৰস্তজনিত বিসংগতি’ বা ‘Internet addiction disorder’ (IAD) নামেৰে নামাংকিত কৰি মানসিক বিসংগতি হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তুতি কৰিছে।

ইন্টাৰনেট নিচাগ্ৰস্তজনিত বিসংগতি:

অন্যান্য আসক্তিজনিত মানসিক উপসৰ্গৰ দৰেই ‘ইন্টাৰনেট নিচাগ্ৰস্তজনিত বিসংগতি’য়েও মানুহৰ স্নায়ুৰসায়ণৰ ক্ৰিয়া-প্ৰক্ৰিয়া সমূহক, আৰু সৰ্বশেষত শৰীৰবৃত্তীয় সন্তুলনক বিৰূপ ভাৱে প্ৰভাৱিত কৰে।

বিশেষকৈ ইয়াৰ মূল বিৰূপ প্ৰতিক্ৰিয়া হৈছে ‘মানসিক হতাশগ্ৰস্ততা (depression)’। মুখামুখি ভাৱ বিনিময়ৰ সময়ত নিঃসৰণ হোৱা ৰাসায়নিক স্নায়ৱিক সংকেত সৰবৰাহক পদাৰ্থ যেনে অক্সিট’চিন, এণ্ড’ৰফিন আদিবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে হোৱা পৰোক্ষ ভাৱ বিনিময়ৰ সময়ত ক্ষৰণ নোহোৱাৰ বাবেই এনে মন আৰু শৰীৰৰ মানসিক জঠৰতা তথা নানান বিসংগতিৰ সৃষ্টি হয়।

ইতিমধ্যেই চীন, দক্ষিণ কোৰিয়া, টাইৱান আদি দেশত ইয়াক মানসিক ৰোগ/নিচাগ্ৰস্ততা হিচাপে মান্যতা দিছে, য’ত ১০ বছৰৰ তলৰ বহু শিশু আৰু কিশোৰ এই মানসিক ব্যাধিৰ দ্বাৰা ভয়াবহ ভাৱে আক্ৰান্ত হৈছে।

IAD ৰ বিষয়ে প্ৰথমে উল্লেখ কৰিছিল ইভান গ’ল্ডবাৰ্দ নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে ১৯৯৫ চনত উৰাবাতৰিৰ দৰে বিয়পি পৰা এটা হাস্য-ব্যংগমূলক লেখনিত।

ইন্টাৰনেট নিচাগ্ৰস্তজনিত মানসিক বিসংগতি’ক কেইবাটাও উপভাগত বিভক্ত কৰিব খোজা হৈছে:

ক) পৰ্ণ’গ্ৰাফীৰ প্ৰতি অতিমাত্ৰা আসক্তি

খ) অতিমাত্ৰা ইন্টাৰনেট গেমিং

গ) অতিমাত্ৰা ছ’চিয়েল নেটৱৰ্কিং, ব্ল’গিং

ঘ) অতিমাত্ৰা ই-মেইল আসক্তি

গ) অতিমাত্ৰা ই-ছপিং, ইত্যাদি

ইয়াৰ বিপৰীতে IAD ক মানসিক নিচাগ্ৰস্ত ৰোগ হিচাপে মানি ল’বলৈ ইচ্ছা নকৰা বহু গৱেষক-বিজ্ঞানীয়ে ক’ব বিচাৰে যে বাধ্যত পৰি, যেনে জীৱিকাজনিত কাৰণত উপৰোক্ত কাৰ্য্যসমূহৰ লগত অতিমাত্ৰা সময় কটাবলগীয়া হোৱাটো মানসিক নিচাগ্ৰস্ততা বা আসক্তিৰ লক্ষণ নহয়।

তথাপিও অতিমাত্ৰা ইন্টাৰনেট ব্যৱহাৰ কৰা সকল, বিশেষকৈ শিশু আৰু কিশোৰ সকলৰ অভিভাৱক সকল সাৱধান হ’বৰ হ’ল।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd