• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসকৰ হেমাহিৰ বাবে এটি শিশুৰ মৃত্যু হোৱাৰ দাবী; নিশা উত্তপ্ত কেলিডেন চাহ বাগিছা

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
August 7, 2022 10:39 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

162
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ কেলিডেন চাহ বাগিছাত শনিবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সষ্টি হয়। এটা চাৰিবছৰীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চাহ বাগিছাখনত। নিহত শিশুটোৰ নাম ধ্ৰুপ তাঁতী।

বাগিছাখনৰ চিকিৎসকৰ চূড়ান্ত গাফিলতিৰ বাবেই শিশুটোৱে মৃত্যুক সাৱটিলে বুলি দাবী তুলিছে পৰিয়ালৰ লগতে গাওঁবাসীয়ে।

ঘটনাৰ বিৱৰণী মতে কেলিডেন চাহ বাগিছাৰ ১ নং লাইনৰ গুৰিয়া তাঁতীৰ চাৰি বছৰীয়া সন্তান ধ্ৰুপ তাঁতীক তিনি মাহ পূৰ্বে পথৰ দাঁতিত কুকুৰে কামুৰিছিল। পিছত পিতৃহীনা ধ্ৰুপক বাগিছাখনৰ চিকিৎসালয়ত মাতৃয়ে ভৰ্তি কৰে যদিও চিকিৎসকে টি টি বেজি এটা দিয়ে দায়িত্ব সামৰে।

লগতে পঢ়ক: অংগনবাড়ী কৰ্মী-সহায়িকাক মাননীৰ পৰিৱৰ্তে মজুৰি দিয়াৰ দাবী অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ

তিনি মাহৰ পিছত শিশুটোৰ স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ বাগিছাখনৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জখলাবন্ধাৰ পৰা উন্নত চিকিৎসাৰ বাবে শিশুটোক লৈ যোৱা অৱস্থাতে শনিবাৰে মৃত্যুক সাবটি লয়। ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু বাগিছাখনৰ চিকিৎসকৰ হেমাহিৰ দাবী তোলে স্থানীয় লোকসকলে।

লক্ষ্যণীয়ভাবে ধ্ৰুপৰ মৃতদেহটো চিকিৎসালয়খনলৈ অনাৰ পিছতো নিশাৰ ভাগত চিকিৎসালয়খনত এজনো চিকিৎসা কৰ্মী উপস্থিত নথকাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

লগতে পঢ়ক: Myanmar military rulers banned from ASEAN: শান্তি প্ৰতিষ্ঠাত ব্যৰ্থ! আছিয়ানত নিষিদ্ধ ম্যানমাৰৰ সামৰিক শাসক

স্থানীয় লোকসকলে চিকিৎসকজনৰ বদলিৰ দাবী তোলে। ইপিনে, ন্যায় বিচাৰি শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd