• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2022 9:23 am
CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India finished 4th at CWG 2022 কমনৱেলথ গেমছৰ অন্তিম দিনা সোমবাৰে ভাৰতে বেডমিণ্টনত তিনিটা সোণৰ পদক আৰু শৰৎ কমলে টেবুল টেনিছত স্বৰ্ণ জয় কৰে। ভাৰতে মুঠ ২২ টা সোণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ পদকৰ সৈতে চাৰি নম্বৰ স্থান লাভ কৰি এইবাৰৰ কমনৱেলথ গেমছৰ যাত্ৰা সামৰণি মাৰিছে।

ভাৰতে যোৱা বছৰ মুঠ ৬৬ টা পদক জিকিছিল। এইবাৰ জিকিছে ৬১টা।

চাওক ২০২২ৰ কমনৱেলথ গেমছৰ ভাৰতৰ সম্পূৰ্ণ পদক তালিকা:-

১) সোণ – পিভি সিন্ধু – বেডমিণ্টন মহিলা ছিংগলছ

২) সোণ – লক্ষ্য সেন – বেডমিণ্টন পুৰুষৰ ছিংগলছ

৩) সোণ – নিখাত জাৰিন – বক্সিং মহিলাৰ লাইট ফ্লাইৱেট

৪) সোণ – ভিনেশ ফ’গাট – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৩ কি:গ্ৰা:

৫) সোণ – ৰবি কুমাৰ দাহিয়া –  মল্লযুঁজ  পুৰুষৰ ফ্ৰীষ্টাইল ৫৭ কি:গ্ৰা:

৬) সোণ – নবীন – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৭৪ কি:গ্ৰা:

৭) সোণ – শৰৎ কমল – টেবুল টেনিছ পুৰুষৰ ছিংগলছ

৮) সোণ – নীতু গাংহাছ – বক্সিং নিম্নতম ওজন

৯) সোণ – অমিত পাংগল – বক্সিং ফ্লাইৱেট

১০) সোণ – বজৰং পুনিয়া – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৬৫ কি:গ্ৰা:

১১) সোণ – সাক্ষী মালিক – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৬২ কি:গ্ৰা:

১২) সোণ – দীপক পুনিয়া – মল্লযুঁজ পুৰুষৰ ফ্ৰীষ্টাইল ৮৬কি:গ্ৰা:

১৩) সোণ – মীৰাবাই চানু – ভাৰোত্তোলন মহিলাৰ ৪৯ কি:গ্ৰা:

১৪) সোণ – জেৰেমি লালৰিনুঙ্গা – ভাৰোত্তোলন পুৰুষৰ ৬৭ কি:গ্ৰা:

১৫) সোণ – অচিন্ত্য শিউলী – ভাৰোত্তোলন পুৰুষৰ ৭৩ কি:গ্ৰা:

১৬) সোণ – লাভলী চৌবে, পিঙ্কি, নয়নমণি শইকীয়া, ৰূপা ৰাণী তিৰ্কী – লন বল মহিলা শাখা

১৭) সোণ – শৰৎ কমল, জি সাথিয়ান, হৰমিত দেশাই, সানিল চেঠী – টেবুল টেনিছ পুৰুষ দল

১৮) সোণ – সুধীৰ – পেৰা পাৱাৰ লিফটিং পুৰুষৰ হেভিৱেট

১৯) সোণ – ভবিনা পেটেল – মহিলা ছিংগলছ ক্লাচেছ ৩-৫

২০) সোণ – এলডহ’ছ পল – পুৰুষৰ ট্ৰিপল জাম্প

২১) সোণ – শৰৎ কমল, শ্ৰীজা আকুলা – টেবুল টেনিছ মিক্সড ডাবলছ

২২) সোণ – সাত্ত্বিক সাইৰাজ ৰঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টী – বেডমিণ্টন পুৰুষৰ ডাবলছ্

২৩) ৰূপ – ভাৰতীয় পুৰুষ হকী দল

২৪) ৰূপ – ভাৰতীয় মহিলা ক্ৰিকেট দল

২৫) ৰূপ – অংশু মালিক – মল্লযুঁজ মহিলাৰ ফ্ৰীষ্টাইল ৫৭ কি:গ্ৰা:

২৬) ৰূপ – মুৰলী শ্ৰীশংকৰ –পুৰুষৰ লং জাম্প

২৭) ৰূপ-  কিদাম্বি শ্ৰীকান্ত, সাত্ত্বিক সাইৰাজ, সুমিথ ৰেড্ডী, লক্ষ্য সেন, চিৰাগ চেট্টী, ত্ৰিসা জলি, আকাশী কাশ্যপ, অশ্বিনী পোন্নাপ্পা, গায়ত্ৰী গোপীচান্দ, পি ভি সিন্ধু – বেডমিণ্টন মিক্সড টিম ইভেণ্ট

২৮) ৰূপ – শৰৎ কমল, জি সাথিয়ান – টেবুল টেনিছ মিক্সড ডাবলছ

২৯) ৰূপ – বিকাশ ঠাকুৰ – ভাৰোত্তোলন পুৰুষৰ ৯৬ কি:গ্ৰা:

৩০) ৰূপ – সুশীলা দেৱী লিকমাবাম – জুডো মহিলাৰ ৪৮ কি:গ্ৰা:

৩১) ৰূপ – বিন্দাৰাণী দেৱী – ভাৰোত্তোলন মহিলাৰ ৫৫ কি:গ্ৰা:

৩২) ৰূপ – তুলিকা মান – জুডো মহিলাৰ +৭৮ কি:গ্ৰা:

৩৩) ৰূপ – সংকেত ছাৰ্গাৰ – ভাৰোত্তোলন পুৰুষৰ৫৫ কি:গ্ৰা:

৩৪) ৰূপ – অবিনাশ চেবলে – পুৰুষৰ ৩,০০০ মিটাৰ ষ্টিপলচেজ

৩৫) ৰূপ – প্ৰিয়ংকা গোস্বামী – মহিলাৰ 1১০ কিলোমিটাৰ ৰেচ ৱাক

৩৬) ৰূপ – দিনেশ কুমাৰ, চন্দন কুমাৰ সিং, সুনীল বাহাদুৰ, নৱনীত সিং – লন বল পুৰুষৰ দলৰ ইভেন্ট

৩৭)ৰূপ – আব্দুল্লাহ আবুবকাৰ – পুৰুষৰ ট্ৰিপল জাম্প

৩৮) ৰূপ – সাগৰ আহলাওৱত – বক্সিং পুৰুষৰ চুপাৰ হেভিৱেট

৩৯) ব্ৰঞ্জ – গুৰুৰাজা পূজাৰী – ভাৰোত্তোলন পুৰুষৰ ৬১ কি:গ্ৰা:

৪০) ব্ৰঞ্জ – বিজয় কুমাৰ যাদৱ – জুডো পুৰুষৰ ৬০ কি:গ্ৰা:

৪১) ব্ৰঞ্জ – হৰজিন্দৰ কৌৰ – ভাৰোত্তোলন মহিলাৰ ৭১ কি:গ্ৰা:

৪২) ব্ৰঞ্জ – লাভপ্ৰীত সিং – ভাৰোত্তোলন পুৰুষৰ ১০৯ কি:গ্ৰা:

৪৩) ব্ৰঞ্জ – সৌৰভ ঘোষাল – স্কোয়াছ পুৰুষৰ ছিংগলছ

৪৪) ব্ৰঞ্জ – গুৰদীপ সিং – ভাৰোত্তোলন পুৰুষৰ ১০৯ কি:গ্ৰা:+

৪৫) ব্ৰঞ্জ – তেজস্বিন শংকৰ – পুৰুষৰ হাই জাম্প

৪৬) ব্ৰঞ্জ – দিব্যা কাক্ৰন – মল্লযুঁজ মহিলাৰ ৬৮ কি:গ্ৰা:

৪৭) ব্ৰঞ্জ – মোহিত গ্ৰেৱাল – মল্লযুঁজ পুৰুষৰ ১২৫ কি:গ্ৰা:

৪৮) ব্ৰঞ্জ – জেচমিন – বক্সিং মহিলাৰ লাইটৱেট ৬০ কি:গ্ৰা:

৪৯) ব্ৰঞ্জ – পূজা গেহলট – মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৫৭=0 কি:গ্ৰা:

৫০) ব্ৰঞ্জ – পূজা সেহাগ – মল্লযুঁজ ফ্ৰীষ্টাইল মহিলাৰ ৭৬ কি:গ্ৰা:

৫১) ব্ৰঞ্জ – হুচামুদ্দিন – পুৰুষৰ বক্সিং ফেডাৰৱেট

৫২) ব্ৰঞ্জ – দীপক নেহৰা – মল্লযুঁজ ফ্ৰীষ্টাইল পুৰুষৰ ৯৭ কি:গ্ৰা:

৫৩) ব্ৰঞ্জ – সোনালবেন পেটেল – পেৰা টেবল টেনিছ মহিলা ছিংগলছ ক্লাছ ৩-৫

৫৪) ব্ৰঞ্জ – ৰোহিত টোকাছ – বক্সিং পুৰুষৰ ৱেলটাৰৱেট ৬৭ কি:গ্ৰা:

৫৫) ব্ৰঞ্জ – ভাৰতীয় মহিলা হকী দল

৫৬) ব্ৰঞ্জ – সন্দীপ কুমাৰ – পুৰুষৰ ১০,০০০ মিটাৰ ৰেচ ৱাক

৫৭) ব্ৰঞ্জ – আন্নু ৰাণী – মহিলাৰ জেভেলিন থ্ৰো

৫৮) ব্ৰঞ্জ – সৌৰভ ঘোষাল আৰু দীপিকা পালিক্কাল – স্কোয়াছ মিক্সড ডাবলছ

৫৯) ব্ৰঞ্জ – কিদাম্বি শ্ৰীকান্ত – বেডমিণ্টন পুৰুষৰ ছিংগলছ

৬০) ব্ৰঞ্জ – গায়ত্ৰী গোপীচান্দ, বৃক্ষ জলি – বেডমিণ্টন মহিলাৰ ডাবলছ

৬১) ব্ৰঞ্জ – জি সাথিয়ান – টেবুল টেনিছ পুৰুষৰ ছিংগলছ ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক, প্ৰথম বিশ্বকাপ বিজয়ী দলটোৰ প্ৰশিক্ষক বব চিম্পছনৰ দেহাৱসান

August 16, 2025 9:40 am
বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

বলিৰ পঠা ইউক্ৰেইন! ট্ৰাম্পৰ আশা,পুটিনেই ভৰসা; অমীমাংসিত হৈয়েই ৰ’ল আলাস্কাৰ আলোচনা!

August 16, 2025 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm
গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

গাড়ীৰ পৰা উদ্ধাৰ দুই ভাতৃ-ভগ্নীৰ মৃতদেহ; গৃহ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ

August 16, 2025 10:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd