• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বিষয়াৰ পৰিচয়েৰে প্ৰৱঞ্চনা কৰা পিংকু দাস আৰক্ষীৰ জালত; উদ্ধাৰ আপত্তিজনক সামগ্ৰী

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 9, 2022 11:07 am
আৰক্ষীৰ জালত প্ৰৱঞ্চক পিংকু দাস।

আৰক্ষীৰ জালত প্ৰৱঞ্চক পিংকু দাস।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘ দিন ধৰি আৰক্ষীৰ ৰূপলৈ মানুহক প্ৰৱঞ্চনা কৰি অহা এজন প্ৰৱঞ্চকক আটক কৰিছে বোকাখাত আৰক্ষীয়ে ৷ ধৃত প্ৰৱঞ্চকজনে মানুহক প্ৰৱঞ্চনা কৰাৰ বাবেই নিজৰ পত্নীৰ নামত থকা বগা ৰঙৰ স্কৰপিঅ’ গাড়ীখন আৰক্ষীৰ গাড়ীৰ দৰেই সঁজাই পৰাই লৈছিল ৷

বোকাখাত আৰক্ষীৰ অভিযানত সোমবাৰে ধৰা পৰে এই প্ৰৱঞ্চকজন ৷ প্ৰাপ্য তথ্য মতে আৰক্ষীৰ অভিযানত স্ক্ৰপিঅ’ গাড়ীসহ গ্ৰেপ্তাৰ হোৱা এই ভূৱা প্ৰৱঞ্চকজনৰ নাম পিংকু দাস ৷ ঘৰ গোলাঘাটৰ কাবৰু গাঁৱত ৷

লগতে পঢ়ক: নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা তিনিচুকীয়া থানাৰ আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ

Apply Now

পিংকু দাসে তেওঁৰ পত্নীৰ নামত থকা এ এছ ০১ এফ ডু ১৯৬২ নম্বৰৰ স্কৰপিঅ’ গাড়ীখন আৰক্ষীৰ গাড়ীৰ দৰে সজাই লৈ বিভিন্ন স্থানত আৰক্ষী বিষয়া বুলি নিজকে পৰিচয় দি দীৰ্ঘদিন ধৰি দুস্কাৰ্য সংঘটিত কৰি আহিছিল ৷

আৰক্ষীৰ তথ্য মতে গৰুৰ অবৈধ ব্যৱসায়ৰ সৈতেও জড়িত আছিল প্ৰৱঞ্চক পিংকু দাস ৷ কিছুদিনৰ পৰা বোকাখাত আৰক্ষীয়ে পিংকু দাসৰ ওপৰত বিশেষ নজৰ ৰাখি আহিছিল যদিও  পিংকু দাসক কৰায়ত্ব কৰিব পৰা নাছিল ৷

সোমবাৰে বোকাখাত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে প্ৰৱঞ্চক পিংকু দাস ৷ পিংকু দাসৰ বিৰুদ্ধে জখলাবন্ধা আৰু কলিয়াবৰ থানাত কেইবাটাও অপৰাধমুলক গোচৰ ৰুজু হৈ আছে বুলি জানিবলৈ দিছে বোকাখাত আৰক্ষীয়ে ৷

লগতে পঢ়ক: CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা

ধৃত পিংকু দাসৰ পৰা আৰক্ষীয়ে পাঁচটা ম’বাইল, সাতটা বিভিন্ন  ছীল, কলম আকৃতিৰ এখন চুৰী আৰু দুখন গাড়ীৰ নম্বৰ প্লেট জব্দ কৰিছে ৷

ধৃত পিংকু দাসক সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা কৰি আছে বোকাখাত আৰক্ষীয়ে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd