• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 10, 2022 9:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অশোক ধানুকা নামৰ ব্যৱসায়ী জনৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ কি সম্পর্ক সেই কথা অসমৰ ৰাইজে জানে। সকলোৰে মনত আছে – অসমত বিজেপি চৰকাৰে এটা শ্ল’গান দিছিলে যে তেওঁলোকে দুর্নীতিমুক্ত অসম গঢ়িব আৰু অপৰাধীমুক্ত অসম গঢ়িব বুলি কৈ বিভিন্ন ঠাইত এনকাউণ্টাৰ সংঘটিত কৰি মানুহ হত্যা কৰিবলৈ লাগি গৈছিল।

কিন্তু এজন অপৰাধী, যাক পশ্চিমবংগৰ চি আই ডিয়ে অপৰাধী বুলি কৈছে সেইজনক অসমৰ মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দি ৰাখিছে। অসম আৰক্ষী মোতায়েন কৰি অশোক ধানুকাৰ বাসভৱনত পহৰা দিওৱা হৈছে।

Apply Now

ইয়াৰ বিপৰীতে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক সামাজিক মাধ্যমত এটা সাধাৰণ ‘প’ষ্ট’ দিয়াৰ বাবে অপৰাধী সজাই অসম আৰক্ষীয়ে দুহেজাৰ কিল’মিটাৰ বিমানেৰে গুজৰাটলৈ গৈ তেওঁক গ্ৰেপ্তাৰ কৰি আনিছিল। এয়া ভণ্ডামি নহয় যদি কি? বুলি উল্লেখ কৰে ভূপেন বৰাই।

আজি পুৱা লখিমপুৰৰ লালুকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ‘অশোক ধানুকা কাণ্ড সম্পৰ্কত সাংবাদিকৰ আগত এইদৰে কয় “ঝাৰখণ্ডৰ চৰকাৰ ভঙা পতাত যে অসমৰ মুখ্যমন্ত্ৰী জড়িত সেই কথা কংগ্ৰেছ বিধায়ক অনুপ সিঙে ইতিমধ্যে ঝাৰখণ্ডৰ ৰাঁচী থানাত দিয়া গোচৰৰ তথ্যতে প্ৰকাশ পাইছে।

কলকাতাত তিনিজন বিধায়কৰ গাড়ীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা লাখে লাখে টকা অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াৰ একান্ত ঘনিষ্ঠ ব্যবসায়ী অশোক ধানুকাই যে যোগান ধৰিছিলে তাৰ সবিশেষ তথ্য পশ্চিমবংগৰ চি আই ডিয়ে লাভ কৰিছে।”

“অশোক ধানুকাৰ বিৰুদ্ধে অপৰাধী বুলি প্ৰমাণ লাভ কৰি তেওঁক ধৰি নিবলৈ অহা, সোধা পোছা কৰিবলৈ অহা পশ্চিমবংগ চি আই ডিৰ দলক অসম আৰক্ষীয়ে ‘নিকিনা গোলাম’ৰ দৰে অশোক ধানুকাক নিৰাপত্তা দিবলৈ চেষ্টা কৰিছিল।

অসম আৰক্ষী অসমৰ মানুহৰ কৰ-কাটলৰ পইচাৰে চলি আছে। তেওঁলোকক কোনেও অসমৰ অপৰাধীক নিৰাপত্তাৰ কামত নিয়োজিত কৰিবলৈ বাধ্য কৰিব নোৱাৰে”তেওঁ লগতে কয়।

“অসম পুলিচে নিজৰ গাত কালিমা সানিব নালাগে।আপোনালোকক অসমৰ ৰাইজে চাই আছে। আপোনালোকৰ স্বাভিমান আৰু আত্মসম্মান অশোক ধানুকাৰ দৰে এজন অসাধু ব্যৱসায়ীৰ দুৰ্নীতি ঢাকিবৰ কাৰণে ব্যৱহাৰ হ’বলৈ নিদিব” বুমি তেওঁ শেষত কয়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd