• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

BJP leader’s rape case বিজেপি নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব তদন্ত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 18, 2022 10:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ জ্যেষ্ঠ নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে উঠিছে ধৰ্ষণৰ অভিযোগ৷ কিন্তু ৰাজনৈতিক প্ৰভাৱৰ বাবেই নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাহস গোটাব পৰা নাছিল আৰক্ষীয়ে৷ অৱশেষত বিষয়টোত হস্তক্ষেপ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে৷

আদালতে আৰক্ষীক শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগত এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰু তিনি মাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা দিল্লীৰ বাসিন্দা মহিলা এগৰাকীয়ে হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ পঞ্জীয়ন কৰিব বিচাৰি ২০১৮ চনৰ জানুৱাৰী মাহতে আৰক্ষীৰ কাষ চপিছিল৷ কিন্তু আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰা নাছিল৷ অৱশেষত মহিলাগৰাকীয়ে আদালতৰ কাষ চাপে৷

Apply Now

উচ্চ ন্যায়ালয়ে ধৰ্ষণৰ গোচৰত বিজেপি নেতা শ্বাহনাৱাজ হুছেইনক সকাহ দিবলৈ অস্বীকাৰ কৰি আৰক্ষীক হুছেইনৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি আন ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে। অভিযোগ কৰা মহিলাগৰাকীয়ে আদালতত কয় যে হুছেইনে তেওঁক ছত্ৰপুৰ ফাৰ্মহাউচত ধৰ্ষণ কৰিছিল আৰু এই বিষয়ে মুখ খুলিলে হত্যা কৰাৰ ভাবুকি দিছিল।

দণ্ডাধীশ আদালতে ৭ জুলাইত হুছেইনৰ বিৰুদ্ধে ৩৭৬/৩২৮/১২০/৫০৬ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়নৰ নিৰ্দেশ দিছিল আৰু কৈছিল যে মহিলাগৰাকীৰ অভিযোগক গুৰুত্ব সহকাৰে ল’ব লাগিব৷ আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদনত যুক্তি দিছিল যে হুছেইনৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হোৱা নাই বুলি যুক্তি দিছিল যদিও আদালতে আৰক্ষীৰ যুক্তি নাকচ কৰি হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে৷

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশা মেননে ৰায়টোত কয় যে সকলো তথ্যৰ পৰা এইটো স্পষ্ট যে এই গোচৰত এজাহাৰ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ অনীহা দেখা গৈছে।ন্যায়াধীশ আশা মেননে কয় “আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদন খন চূড়ান্ত প্ৰতিবেদন নাছিল৷ আনহাতে চূড়ান্ত প্ৰতিবেদনখন অপৰাধটো বিবেচনা কৰিবলৈ দণ্ডাধীশৰ ওচৰলৈ প্ৰেৰণ কৰা প্ৰয়োজন” ।

ন্যায়াধীশ আশা মেননে লগতে কয় যে হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৭৩ ৰ অধীনত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব লাগিব।

আদালতে হুছেইনে তেওঁক ধৰ্ষণৰ অভিযোগৰ পৰা মুক্ত কৰিবলৈ দাখিল কৰা আবেদন খনো নাকচ কৰে৷ ধৰ্ষণৰ অভিযোগ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ পিছতে এতিয়া স্বাভাৱিকতে বিপদত পৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা শ্বাহনাৱাজ হুছেইন৷ আদালতৰ এনে স্থিতিয়ে এতিয়া শলঠেকত পেলাইছে গেৰুৱা দলটোকো৷

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd