• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
August 18, 2022 8: 55 pm
বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড: পিতাম্বৰ দেৱগোস্বামী।

5
VIEWS
Share on FacebookShare on Twitter

আজি পহিলা ভাদ। অসমীয়া সমাজৰ পৱিত্ৰ মাহ হিচাপে বিবেচিত হৈ আহিছে ভাদ মাহ। দুয়োজনা গুৰুৰ মহাপ্ৰয়াণ ঘটিছিল এই পৱিত্ৰ ভাদ মাহতেই। ভগৱান কৃষ্ণ উপজিছিল ভাদ মাহতেই। সেই লৈ ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত আজি পুৱাৰে পৰাই হৰি নামৰ ধ্বনি উঠিছে।

টীয়কৰ কলীয়াপানীস্থিত শ্ৰীশ্ৰী আউনীআটী সত্ৰতো মাহজোৰাকৈ আজিৰে পৰা আৰম্ভ হৈছে ভাগৱত ব্যাখ্যা আৰু পালনাম।

লগতে পঢ়ক: প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

এইবাৰ ভাদমাহত কেইবা লাখ ভকতৰ সমাগম ঘটিব বুলি মতপোষণ কৰিছে সত্ৰাধিকাৰ ড: পিতাম্বৰ দেৱগোস্বামীয়ে।

ইপিনে বিগত বৰ্ষৰ দৰে এইবাৰো ভাদমাহত কেইবাগৰাকী স্বনামধন্য লোকক সত্ৰৰ নিৰ্মালিৰে বিভূষিত কৰিব আউনীআটী সত্ৰই।

কণ্ঠ শিল্পী খগেন গগৈক কণ্ঠ শিৰোমণি, বিপুল চেতিয়া ফুকনক কণ্ঠ সুধামৃত, লোকশিল্পী কৈলাশ তালুকদাৰলৈ নাগাৰা নাম শিৰোমণি আৰু ১৮০০ শ্লোকৰ অনুবাদক যোৰহাটৰ বিনন্দ শৰ্মা পূজাৰীলৈ দামোদৰ দেৱ বঁটা আগবঢ়াব এই পৱিত্ৰ ভাদ মাহতেই।

লগতে পঢ়ক: টীয়কত চাঞ্চল্যকৰ ঘটনা; প্ৰেমিকাক চুৰিকাঘাত কৰি আত্মহত্যা প্ৰেমিকৰ

সেয়ে উক্ত সমূহ কাৰ্যসূচীতে সকলো ভক্তপ্ৰাণ বৈষ্ণৱৰ উপস্থিতি তথা দিহা পৰামৰ্শ কামনা কৰি গোবিন্দ মহাপ্ৰভুৰ কৃপা যাতে সকলোৱে লাভ কৰে ভাদ মাহৰ এই পবিত্ৰ ক্ষণত তাকে কামনা কৰিছে সত্ৰাধিকাৰগৰাকীয়ে।

এন ই নাও নিউজ, যোৰহাট

এন ই নাও নিউজ, যোৰহাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

August 13, 2025 11: 28 am
উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ দৃষ্টি

উত্তৰ-পূব ভাৰতৰ খনিজ সম্পদ : বিকাশৰ অন্তৰালত লুন্ঠনৰ লোলুপ দৃষ্টি

August 13, 2025 11: 25 am
গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

প্ৰত্যাহ্বানমূলক হ’ব অসমত ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া! এছআইআৰ পূৰ্বে অসম কংগ্ৰেছে আৰম্ভ কৰিলে বুথ এজেণ্টৰ প্ৰশিক্ষণ

August 13, 2025 11: 28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd