• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও, বৰপেটা আৰু মৰিগাঁওৰ পিচত এইবাৰ গোৱালপাৰাত আৰক্ষীৰ জালত মছজিদৰ ইমামৰূপী জেহাদী

নীলমণি শৰ্মা, দুধনৈ by নীলমণি শৰ্মা, দুধনৈ
August 21, 2022 4:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও, বৰপেটা আৰু মৰিগাঁওৰ পিচত এইবাৰ গোৱালপাৰাত জেহাদী আৰক্ষীৰ জালত ৷ গোৱালপাৰাৰ মৰনৈ থানাৰ অন্তৰ্গত কোডালধোৱা ডাকাইদলৰ পৰা আব্দুছ চোবাহান আৰু মাটিয়া থানাৰ অন্তৰ্গত গোপালপুৰ টিলাপাৰাৰ পৰা জালালুদ্দুিন শেখক আৰক্ষীয়ে প্ৰথমে সোধাপোছা কৰিবৰ বাবে আটক কৰে আৰু জেৰাৰ অন্তত নিশা দুয়োকে গ্ৰেপ্তাৰ কৰে গোৱালপাৰা আৰক্ষীয়ে ৷

এই সংক্ৰান্তত মাটিয়া থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য ৷ তিনি দিন পূৰ্বে পশ্চিম বংগত STF য়ে গ্ৰেপ্তাৰ কৰা আব্দুৰ ৰেকিবৰ স্বীকাৰোক্তিৰ ভিত্তিতে আব্দুছ চোবাহানক কৰায়ত্ত কৰে ৷ গ্ৰেপ্তাৰৰ পিছতে জেহাদীদ্বয়ৰ ঘৰৰ পৰা বহু আপত্তিজনক নথি পত্ৰৰ লগতে জেহাদীৰে সম্পৰ্ক ৰখা মোবাইল ফোন, চিম কাৰ্ড, ATM কাৰ্ড জব্দ কৰাৰ লগতে অন্য এজনৰ তলা বন্ধ ঘৰৰ পৰা এখন বাংলাদেশৰ পতাকাও উদ্ধাৰ কৰিছে ৷

Apply Now

আনহাতে মাটিয়া গোপালপুৰৰ জালালুদ্দিন শেখে ২০১৯ চনতে এক ধৰ্মসভা অনুষ্ঠিত কৰিছিল, য’ত বাংলাদেশৰ বহু কেইজন জেহাদী আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত আছিল ৷ যি কথাই বহু তাৎপৰ্য বহন কৰিছে ৷ আৰক্ষীয়ে তথ্য পোৱা মতে এই দুই জেহাদীয়ে বাংলাদেশৰ পলাতক জেহাদী, লিংক মেন আৰু স্লিপাৰ চেলক আশ্ৰয়ো প্ৰদান কৰিছিল। ইয়াৰে আব্দুছ চোবাহানে ২০১৮ চনতে অল কায়দাত যোগ দিছিল ৷

ধৃত দুয়ো জেহাদীয়ে মছজিদৰ ইমাম ৷ ইফালে মাটিয়া থানাত অসম আৰক্ষীৰ বিশেষ শাখা, IB, সেনাবাহিনীৰ লোকে ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে ৷ গ্ৰেপ্তাৰ হোৱা দুই জেহাদীৰ AQIS আৰু ABT ৰ লগত প্ৰত্যক্ষভাৱে জৰিত বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ৷

লক্ষ্যণীয় কথাটো হ’ল যে, শেহতীয়াকৈ ৰাজ্যত গ্ৰেপ্তাৰ হোৱা জেহাদী সকলোৰ অধিকাংশই মাদ্ৰাছাৰ লগত জৰিত আৰু মছজিদৰ ইমাম। যি সকল লোকক সাধাৰণতে জেহাদী বুলি সন্দেহ কৰা নহয় বা এই সকল এনে একো একো গৰাকী লোক যি সকলৰ কথা সমাজৰ ১০ জন মানুহে শুনে, গতিকে এনেধৰণৰ লোকৰ জৰিয়তে জেহাদীৰ কাৰ্যকলাপ চলাই নিয়াত সহজ হয় ৷

নীলমণি শৰ্মা, দুধনৈ

নীলমণি শৰ্মা, দুধনৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd