• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটা- বঙাইগাঁও জিলাৰ সীমামূৰীয়া লাংলাৰ পৰা বৃহৎ পৰিমাণৰ তেলসহ আটক চোৰাং তেল ব্যৱসায়ী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
August 21, 2022 5:33 pm
120
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও শোধনাগাৰৰ পৰা ৰে’লযোগে বিভিন্ন ঠাইলৈ কঢ়িওৱা পেট্ৰ’লৰ চুৰি কাৰ্য অব্যাহত আছে ৷ এই তেল চুৰি কাণ্ড শোধনাগাৰৰ পৰা তেল কঢ়িয়াই ৰে’ল এখন বাহিৰলৈ ওলাই নিউ বঙাইগাঁওলৈ আহি থকা অৱস্থাতে দুষ্ট চক্ৰই সংঘটিত কৰে ৷ দীৰ্ঘদিন ধৰি চলন্ত ৰে’লৰ পৰা তেল চুৰি কাৰ্য সংঘটিত হৈ অহাৰ পিচত শেহতীয়াকৈ ৰে’লৱে আৰক্ষীৰ গা লৰা পৰিলক্ষিত হৈছে ৷

ফলত হঠাতে বঙাইগাঁৱৰ নিউ বঙাইগাওঁ ৰে’লৱে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৰপেটা- বঙাইগাঁও জিলাৰ সীমামূৰীয়া লাংলাত অভিযান চলায় ৷ এই অভিযানত এটা তেল চোৰৰ ব্যৱসায়ৰ লগত জড়িত এজনক আটক কৰিবলৈ সক্ষম হয় । ৰে’লৱে আৰক্ষীয়ে প্ৰকাশ কৰা মতে ধৃত ব্যৱসায়জন বৰপেটা জিলাৰ লাংলাৰ ইয়াৰ আলী (৩৪) ৷

নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীয়ে লাভ কৰা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ইয়াৰ আলীৰ লাংলাৰ গুদামত অতৰ্কিতে চলোৱা অভিযানত ১৯ টা পেট্ৰ’লভৰ্তি ড্ৰামৰ লগতে ১৭ টা খালি ড্ৰাম,পাইপ আৰু কুপি আদি জব্দ কৰে ৷ জব্দ কৰা তেলৰ পৰিমাণ প্ৰায় ৪ হেজাৰ লিটাৰ হ’ব ৷

নিউ বঙাইগাওঁ ৰে’লৱে আৰক্ষী সংবাদ মাধ্যমক সদৰি কৰা মতে ধৃত ইয়াৰ আলীয়ে ঢালিগাঁৱৰ পৰা ৰে’লযোগে ওলাই অহা পেট্ৰ’লৰ লগতে ৰে’লৰ ইঞ্জিনৰ পৰা চোৰাংভাৱে কঢ়িয়াই নিয়া তেল চোৰ চক্ৰৰ পৰা তেল ক্ৰয় কৰি মফচলীয় অঞ্চলত দীৰ্ঘ দিনৰে পৰা ব্যৱসায় অব্যাহত ৰাখি আহিছিল আৰু এই কথা স্বীকাৰ কৰিছে৷

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd