• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ পেয়িং গেষ্টত বহি:ৰাজ্যৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 22, 2022 1:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ এটা পেয়িং গেষ্টত বহি:ৰাজ্যৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুৱাহাটীৰ উলুবাৰীৰ হৰবালা পথত থকা পেয়িং গেষ্ট এটাত সন্ধিয়া ৫ বজাত সংঘটিত হয় এই ঘটনা।

লগতে পঢ়ক: Nayyara Noor: অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ ‘বুলবুল’ কিংবদন্তি গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি

পেয়িং গেষ্ট টোৰ বাথৰুমত যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। যুৱতী গৰাকীৰ নাম সৰ্মিতা ঘোষ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ২১ বছৰীয়া যুৱতী গৰাকীৰ ঘৰ পশ্চিমবংগৰ আলিপুৰ দুৱাৰত।  যুৱতী গৰাকীয়ে গুৱাহাটীত নাৰ্চিং প্ৰশিক্ষণৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল।

লগতে পঢ়ক: Manish Sisodia: বিজেপিত যোগদান কৰিলেই তুলি ল’ব সকলো গোচৰ; মেচেজ পাইছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী চিছোদিয়াই!

পেয়িং গেষ্ট টোৰ পৰা পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ। প্ৰাথমিক তদন্তত যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

September 5, 2025 2:15 pm
আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

September 5, 2025 1:02 pm
মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

মহিলা ন্যায়াধীশৰ পৰা ৫০০ কোটি টকা মুক্তিপণ দাবী বৃদ্ধৰ! ঘটনাৰ আঁৰত আছে আচৰিত ৰহস্য

September 5, 2025 12:30 pm
অনুকৰণীয়! চিগাৰেটৰ টুকুৰা মুকলি স্থানত পেলোৱাৰ অপৰাধত পুত্ৰক জৰিমনা বিহিলে মিজোৰামৰ স্থানীয় প্ৰধানে

অনুকৰণীয়! চিগাৰেটৰ টুকুৰা মুকলি স্থানত পেলোৱাৰ অপৰাধত পুত্ৰক জৰিমনা বিহিলে মিজোৰামৰ স্থানীয় প্ৰধানে

September 5, 2025 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

September 5, 2025 2:15 pm
আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

September 5, 2025 1:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd