• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পত্নীৰ আচৰণত অতিষ্ঠ স্বামী: এমাহ ধৰি কটালে আশী ফুট ওখ খেজুৰ গছৰ ওপৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2022 7:20 pm
Viral Story
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীৰ নিয়মীয়া গালি আৰু শাৰীৰিক আক্ৰমণত অতিষ্ঠ হৈ এজন ব্যক্তিয়ে এজোপা ৮০ ফুট ওখ খেজুৰ গছৰ ওপৰত উঠিয়ে কটাই দিলে সম্পূৰ্ণ এটা মাহ। এই আজৱ ঘটনা ঘটিছে উত্তৰ প্ৰদেশৰ মৌ জিলাৰ কোপাগঞ্জ অঞ্চলত।

জানিব পৰা মতে, ৪২ বৰ্ষীয় ৰাম প্ৰভেশ নামৰ এই ব্যক্তিগৰাকীয়ে যোৱা প্ৰায় ছয় মাহ ধৰি সাংসাৰিক জীৱনত নিতৌ মানসিকভাৱে অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল। নিতৌ বিবাদ হৈছিল পত্নীৰ সৈতে।

প্ৰভেশৰ অভিযোগ মতে তেওঁৰ পত্নীয়ে কেৱল গালি-গালাজতে ক্ষান্ত হোৱা নাছিল, প্ৰায়ে তেওঁক শাৰীৰিকভাৱে প্ৰহাৰো কৰিছিল। পত্নীৰ পত্নীৰপ্ৰভেশ শেষত ইমানেই বিতুষ্ট হৈ পৰে যে চৌহদৰে এজোপা খেজুৰ গছত উঠে আৰু এমাহ ধৰি তাতে বাস কৰে।

এই বৃহদাকায় গছজোপাৰ ওপৰলৈ তেওঁক পৰিয়ালৰ সদস্যসকলে ওলোমাই ৰখা এডাল ৰছীৰ জৰিয়তে খাদ্য তথা পানীৰ যোগান ধৰে আৰু ওপৰলৈ টানি নি এই খাদ্য গ্ৰহণ কৰে প্ৰভেশে।

গাওঁবাসীয়ে জানিবলৈ দিয়া মতে ৰাম প্ৰভেশ নিশা কোনো সময়ত গছৰ পৰা নামি আহি শৌচ-প্ৰস্ৰাৱ কৰাৰ পিছত পুনৰ গছৰ ওপৰলৈ উঠি যায়। তেওঁলোকে ৰাম প্ৰবেশক নামি আহিবলৈ জোৰ দিয়ে যদিও ৰাইজৰ আহ্বান অস্বীকাৰ কৰে প্ৰভেশে।

পপিত উপায়ন্তৰ হৈ গাওঁবাসীয়ে আৰক্ষীক খবৰ দিয়ে। কিন্তু আৰক্ষী উপস্থিত হৈয়ো ৰাম প্ৰভেশক মান্তি কৰাবলৈ অসমৰ্থ হয়। কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো যেতিয়া প্ৰভেশে আৰক্ষীৰ কথা নুশুনে, তেতিয়া তেওঁলোকে তেওঁৰ এটা ভিডিঅ’ বনাই সেই ঠাইৰ পৰা গুচি যায়।

ইফালে গাঁওখনৰ মুৰব্বীয়ে প্ৰভেশৰ এই কাৰ্যৰ ফলত গাওঁবাসীৰ ব্যক্তিগত গোপনীয়তা ভংগ হোৱা বুলি অভিযোগ কৰিছে। তেওঁ অভিযোগ কৰা মতে প্ৰভেশে গছৰ ওপৰৰ পৰা কাষৰ মানুহৰ ঘৰত হৈ থকা কাম চাই থাকে।

গাওঁখনৰ বহুতো মহিলা আহি তেওঁৰ ওচৰত এই বিষয়ে অভিযোগ কৰিছে বুলি গাঁৱৰ মুৰব্বী গৰাকীয়ে জানিবলৈ দিয়ে। এনে অভিযোগৰ পিছতে আৰক্ষীক গবৰ দিয়া হয় যদিও আৰক্ষীও তেওঁক নামি আহিবলৈ সৈমান কৰাত বিফল হয় বুলি তেওঁ লগতে সদৰী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd