• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতৰ ৪৯ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ উদয় উমেশ ললিতে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 27, 2022 1:16 pm
125
VIEWS
Share on FacebookShare on Twitter

Justice U U Lalit sworn in ন্যায়াধীশ উদয় উমেশ ললিতে শনিবাৰে ভাৰতৰ ৪৯ তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ ইউ ইউ ললিতক শপত গ্ৰহণ কৰায়। ৬৪ বছৰীয়া ন্যায়াধীশ ইউ ইউ ললিতে তেওঁৰ কৰ্মজীৱনত ন্যায়িক ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত উজ্জ্বল পদক্ষেপৰ এক উদাহৰণ স্থাপন কৰিছে।

অৱশ্যে,মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ কাৰ্যকাল অতি চমু। তেওঁ অহা ৮ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

ইউ ইউ ললিতে মুম্বাইৰ আইন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁ ১৯৮৫ চনলৈকে বোম্বাই উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। তেওঁ ১৯৮৬ চনত দিল্লীলৈ গুচি গৈছিল। ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ প্ৰাক্তন এটৰ্নি জেনেৰেল ছলি জে ছোৰাবজীৰ সৈতে কাম কৰিছিল।

ন্যায়াধীশ ইউইউ ললিতে পূৰ্বে ২জি গোচৰত চিবিআইৰ চৰকাৰী অধিবক্তাৰ ভূমিকা পালন কৰিছিল। আজি তেওঁ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

তেওঁ দেশৰ দ্বিতীয়গৰাকী মুখ্য ন্যায়াধীশ যিয়ে বাৰৰ পৰা পোনপটীয়াকৈ শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠত বহিছে। ইয়াৰ পূৰ্বে দেশৰ ১৩তম মুখ্য ন্যায়াধীশ এছ এম চিক্ৰীয়ে বাৰৰ পৰা দেশৰ ন্যায়িক ব্যৱস্থাৰ শীৰ্ষস্থানত বহিছিল।

দায়িত্ব লোৱাৰ পূৰ্বে ন্যায়াধীশ ললিতে কয় যে তেওঁ যিমান সম্ভৱ সৰলতা আৰু স্বচ্ছতাৰ বিষয়টোক অগ্ৰাধিকাৰ দিব। তেওঁ সংশ্লিষ্ট আদালতত মুক্তভাৱে উত্থাপন কৰিব পৰা যিকোনো জৰুৰী বিষয়ৰ ওপৰত নজৰ ৰাখিব বুলিও আশ্বাস দিছে।

দেশৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে লগতে কয় যে এখন সাংবিধানিক বিচাৰপীঠ গোটেই বছৰটো কাৰ্যকৰী হৈ থকাটো নিশ্চিত কৰিবলৈ তেওঁ পদক্ষেপ ল’ব।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd