• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মধ্য প্ৰদেশত মাৰণাস্ত্ৰ সৰবৰাহৰ বৃহৎ অবৈধ চক্ৰ উৎখাত পঞ্জাৱ আৰক্ষীৰ: জব্দ ৫৫ টা পিষ্টল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2022 6:41 pm
weapon smuggling module bust
135
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ সময়ত অন্যান্য উদ্দেশ্যৰ সমানে দেশৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ চক্ৰ আৰু সৰবৰাহ বন্ধ হ’ব বুলি জোৰদাৰ প্ৰচাৰ চলোৱা হৈছিল। পিছে আন আন উদ্দেশ্যৰ দৰেই এই উদ্দেশ্যও কাৰ্যত: ফুটুকাৰ ফেন হৈছে। শুকুৰবাৰে মধ্য প্ৰদেশত এক বৃহৎ মাৰণাস্ত্ৰ নিৰ্মাণ তথা সৰবৰাহ চক্ৰ উৎখাত হোৱাৰ পিছতে এই কথা পুনৰ প্ৰমাণিত হৈছে।

শুকুৰবাৰে পঞ্জাৱ আৰক্ষীয়ে এক অভিযান চলাই মধ্য প্ৰদেশৰ পৰা মাৰণাস্ত্ৰ নিৰ্মাণ আৰু পঞ্জাৱৰ লগতে আন বহি:ৰাজ্যলৈ অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত এটা বৃহৎ চক্ৰ উৎখাত কৰাৰ লগতে দুগৰাকী অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে পঞ্জাৱ আৰক্ষীৰ এই বৃহৎ সফলতাৰ কথা সদৰী কৰিছে। ধৃত দুই সৰবৰাহকাৰীক মধ্য প্ৰদেশৰ খাৰ্গন জিলাৰ ভোৰেলাল ওৰফে মনীষ বাডে আৰু বুৰহানপুৰ জিলাৰ কৈলাশ মাল সিং বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে দুয়োগৰাকী ব্যক্তিৰ পৰা .32 ব’ৰ আৰু .30 ব’ৰৰ ৫৫ টা পিষ্টলৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ কৰিছে। মধ্য প্ৰদেশ আৰক্ষীৰ সহায়ত পঞ্জাৱ আৰক্ষীৰ কাউণ্টাৰ ইণ্টেলিজেঞ্চ গোটে এই অভিযান সফলতাৰে ৰূপায়ণ কৰাৰ লগতে অভিযুক্ত ব্যক্তিকেইগৰাকীক গ্ৰেপ্তাৰ কৰে।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে জানিবলৈ দিয়া মতে অমৃতসৰ কাউণ্টাৰ ইণ্টেলিজেঞ্চ গোটে শেহতীয়াকৈ অমৃতসৰৰ ভাল্লা মাণ্ডিৰ ৰে’লৱেৰ পৰা দুজন লোকক চাৰিটা চাৰিটাসহ গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাৰ পাছতেই পঞ্জাৱ আৰক্ষীয়ে মধ্য প্ৰদেশস্থিত চক্ৰটোৰ সন্ধান লাভ কৰিছিল আৰু তিনি সপ্তাহ পিছত এই অভিযান চলাইছিল।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে এতিয়াও অভিযান চলি আছে বুলি উল্লেখ কৰি আৰু অধিক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ তথা গোলাবাৰুদ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও জানিবলৈ দিছে।

Recent News

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

সৰুজানে পূৰ কৰিলে ৰাইজৰ আশা! কোন এই সৰুজান জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd