• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাবুলত আত্মঘাতী বিস্ফোৰণত দুজন ৰাছিয়াৰ কূটনীতিবিদ সহ নিহত কমেও ২০ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2022 5:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Suicide attack at the Russian embassy in Kabul সোমবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত ৰাছিয়াৰ দূতাবাসৰ বাহিৰত এক ভয়াৱহ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত নিহত ২০ জন লোকৰ ভিতৰত দুজন ৰাছিয়াৰ কূটনীতিবিদ আছিল।

স্থানীয় সংবাদ মাধ্যমৰ লগতে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম আৰটিয়ে এই বাতৰি প্ৰকাশ কৰিছে। বিস্ফোৰণটো ৰাছিয়াৰ দূতাবাসৰ গেটৰ বাহিৰত সংঘটিত হয়। সেই সময়ত ভিছাৰ বাবে বহুতো মানুহ অপেক্ষা কৰি আছিল। হতাহতৰ সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই।

সূত্ৰসমূহৰ মতে, এইটো এটা আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা আছিল। তালিবান সুৰক্ষাকৰ্মীসকলে তেওঁক দূতাবাসৰ গেটৰ বাহিৰত গুলীয়াই হত্যা কৰাৰ সময়তে আক্ৰমণকাৰীজনে তেওঁৰ ডিভাইচটো বিস্ফোৰণ কৰা বুলি ধাৰণা কৰা হৈছে।

Apply Now

লগতে পঢ়ক: আৱাৰ গ্ৰেট নেচনেল পাৰ্কত সুন্দৰভাবে কণ্ঠদান কৰি এমি পুৰস্কাৰ জিকিলে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই

স্থানীয় আৰক্ষী জিলাৰ মুৰব্বী মৌলৱী চাবিৰে কয়, “আত্মঘাতী বোমাৰুজন লক্ষ্যত উপনীত হোৱাৰ আগতে ৰাছিয়াৰ দূতাবাসৰ (তালিবান) ৰক্ষীসকলে তেওঁক চিনাক্ত কৰি গুলীয়াইছিল। হতাহতৰ বিষয়ে এতিয়ালৈকে কোনো তথ্য নাই।”

উত্তৰ-পশ্চিম আফগানিস্তানৰ এটা মছজিদত শুকুৰবাৰৰ নামাজৰ সময়ত হোৱা বিস্ফোৰণত কমেও ২০ জন লোক নিহত হোৱাৰ মাত্ৰ দুদিন পিছত এই বিস্ফোৰণটো সংঘটিত হৈছে। তালিবান পৰিচালিত চৰকাৰী সূত্ৰ খামা প্ৰেছৰ বাতৰি অনুসৰি হেৰাট চহৰৰ গুজাৰগাহ মছজিদত পুৱা প্ৰায় ১২:৪০ বজাত বোমাটো বিস্ফোৰণ ঘটিছিল।

শুকুৰবাৰে হেৰাট প্ৰদেশৰ এটা মছজিদত হোৱা বিস্ফোৰণত নিহত সকলৰ ভিতৰত এজন বিশিষ্ট আফগান ধৰ্মগুৰুও আছিল।

লগতে পঢ়ক: Jharkhand Trust Vote: দিল্লীৰ পিছত, ঝাৰখণ্ডত ফ্লপ হ’ল অপাৰেচন ল’টাছ! আস্থা ভোটত জিকিল হেমন্ত ছোৰেন

উল্লেখ্য যে ২০১৬ চনত ৰাছিয়াৰ দূতাবাসৰ ওচৰত এটা বোমা বিস্ফোৰণ ঘটিছিল। সেই ঘটনাটোত কমেও দুজন লোক নিহত হৈছিল আৰু ২০ জনতকৈ অধিক লোক আহত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd