• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Jharkhand Trust Vote: দিল্লীৰ পিছত, ঝাৰখণ্ডত ফ্লপ হ’ল অপাৰেচন ল’টাছ! আস্থা ভোটত জিকিল হেমন্ত ছোৰেন

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড চৰকাৰ ভঙাৰ ষড়যন্ত্ৰ কৰিছিল: হেমন্ত ছোৰেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2022 3:36 pm
200
VIEWS
Share on FacebookShare on Twitter

Jharkhand CM Hemant Soren wins trust vote পশ্চিমবংগৰ হাওৰাৰ পঞ্চলাত বৃহৎ পৰিমাণৰ ধনৰ সৈতে ঝাৰখণ্ডৰ তিনিজন বিধায়কক গ্ৰেপ্তাৰ কৰাৰ তদন্তত প্ৰকাশ পাইছিল যে বিজেপিয়ে হেমন্ত ছোৰেনক উফৰাবলৈ  চেষ্টা কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো ইয়াৰ সৈতে জড়িত হৈ পৰিছিল। বিজেপিৰ বিৰুদ্ধে উঠিছে অভিযোগ।

সোমবাৰে ঝাৰখণ্ড বিধানসভাত আস্থা ভোটত সদনৰ মজিয়া এৰি গুচি যায় বিজেপিৰ বিধায়কসকল। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে আস্থা ভোটত জয়ী হ’ল। হেমন্ত ছোৰেনে ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত ৪৮ টা ভোট লাভ কৰি জয়লাভ কৰে।

লগতে পঢ়ক: লক্ষ্ণৌৰ হোটেলত ভয়াৱহ অগ্নিকাণ্ড: ছয়গৰাকী নিহত, আহত কেইবাগৰাকীও

বিজেপি বিৰোধী শিবিৰে দাবী কৰে যে দিল্লীৰ পিছত এইবাৰ ঝাৰখণ্ডতো বিজেপিৰ অপাৰেচন ল’টাছ ফ্লপ হৈ পৰিল।

আস্থা ভোটত জয়ী হোৱাৰ পিছত হেমন্ত ছোৰেনে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ কৰিছিল। মানুহে কাপোৰ কিনিছ, বিজেপি কিনে বিধায়ক।

ঝাৰখণ্ডত অনুমান কৰা হৈছিল যে কংগ্ৰেছৰ কিছুমান বিধায়কে মিত্ৰতা ভংগ কৰি বিজেপিৰ সৈতে যোগাযোগ কৰি আছে। তেওঁলোকে আস্থা ভোটত বিৰোধী শিবিৰত ভোট দিব পাৰে।

লগতে পঢ়ক: পুনৰ বৃদ্ধি ন্যায়িক জিম্মাৰ ম্যাদ: ১৯ ছেপ্টেম্বৰলৈকে কাৰাগাৰতে শিৱসেনা নেতা সঞ্জয় ৰাউট

ৰাজ্যখনত হেমন্ত ছোৰেনৰ ৩০ জন বিধায়ক আছে। আনহাতে, কংগ্ৰেছৰ বিধায়ক আছে ১৮ জন। হেমন্ত ছোৰেনে আস্থা ভোটত ৪৮ টা ভোট লাভ কৰিয়েই বিজয়ী হয়।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd