• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াত জাৰি হ’ব পাৰে জৰুৰীকালীন অৱস্থা! ১৮ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষক দেশ এৰি যোৱাত বাধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2022 5:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Russia orders airlines to stop selling tickets দুদিনমান পূৰ্বেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনত এটা ডাঙৰ আক্ৰমণৰ ইংগিত দিছিল। তেওঁ দেশৰ সংৰক্ষিত বাহিনীত নাম থকা আৰু সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰা কিন্তু শাৰীৰিকভাৱে সক্ষম আৰু সেনাবাহিনীত অভিজ্ঞ লোকসকলক পুনৰ নিযুক্তি দিয়াৰ বাবে এক জাননী জাৰি কৰিছে। আৰু তাৰ পিছতেই নাগৰিকৰ মাজত ৰাছিয়া এৰি যোৱাৰ জোৱাৰ উঠে।

এনে পৰিস্থিতিত বুধবাৰে পুটিনৰ দেশত নতুন নিয়ম জাৰী কৰা হৈছে। এতিয়াৰ পৰা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমতি অবিহনে ১৮ ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষসকলে ৰাছিয়া এৰি যাব নোৱাৰিব।

লগতে পঢ়ক: আমেৰিকাৰ দাবী নস্যাৎ; ৰাছিয়াক অস্ত্ৰ দিয়াৰ কথা অস্বীকাৰ উত্তৰ কোৰিয়াৰ

Apply Now

বুধবাৰে দেখা গৈছিল যে ৰাছিয়াৰ চুবুৰীয়া দেশ আৰ্মেনিয়া, জৰ্জিয়া, আজাৰবাইজান আৰু কাজাখস্তানলৈ যোৱা সকলো বিমানৰ টিকট বিক্ৰী হৈ গৈছে। দেশখনৰ জনপ্ৰিয় ৱেবছাইট এভিয়াচেলছে এইটো দাবী কৰিছে।

ইপিনে, তুৰ্কী এয়াৰলাইনৰ ৱেবছাইটত কোৱা হৈছে যে শনিবাৰলৈকে ৰাছিয়াৰ পৰা তুৰস্কলৈ যোৱা সকলো বিমানৰ টিকট বিক্ৰী হৈ গৈছে।

ইয়াৰ পিছতে পুটিনে এটা টেলিভিছন ভাষণৰ সময়ত নতুন ঘোষণাটো কৰে।

দৰাচলতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ইউক্ৰেইনত কেইবাটাও সামৰিক দুৰ্যোগৰ বাবে ক্ষুব্ধ হৈ উঠিছে। তেওঁ দেশ আৰু বিদেশত তীব্ৰ ৰাজনৈতিক আৰু কূটনৈতিক চাপৰ সন্মুখীন হৈ পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰো ভাবুকি দিছে।

এই পৰিস্থিতিত দেশখনৰ লোকসকলে ভয় কৰিছে যে যিকোনো সময়তে দেশত সামৰিক আইন প্ৰৱৰ্তন কৰা হ’ব। ফলস্বৰূপে, সাধাৰণ নাগৰিকসকলকো যুদ্ধত অংশগ্ৰহণ কৰিবলৈ মাতিব পাৰে। এই আতংকত দেশ এৰি যোৱাৰ প্ৰৱণতা আৰম্ভ হয়। ইয়াক বন্ধ কৰিবলৈকে এটা নতুন নিৰ্দেশ জাৰি কৰা হৈছে।

লগতে পঢ়ক: দিল্লীৰ মুখ্য ইমাম ইলিয়াছীক সাক্ষাৎ আৰএছএছ-ৰ মুৰব্বী মোহন ভাগৱতৰ

বাতৰি অনুসৰি, এইটোও শুনিব পোৱা গৈছে যে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ যুদ্ধত অপৰাধীসকলক যোগ দিবলৈ পদক্ষেপ লৈছে। যুদ্ধলৈ যোৱা অপৰাধীসকলক মাহিলী ১ লাখ ৰুবল পুৰস্কাৰ দিয়া হ’ব। ছয় মাহৰ বাবে যুদ্ধক্ষেত্ৰত তেওঁলোকৰ অপৰাধবোৰো ক্ষমা কৰি দিয়া হ’ব।

বাতৰি মতে সেই অপৰাধীসকলৰ মাজত ছিৰিয়েল কিলাৰসকলো আছে। ডেইলী বিষ্টে দাবী কৰিছে যে তেওঁলোকৰ মাজৰ এজন আকৌ নৰখাদক!

ৰাছিয়া আৰু ইউক্ৰেইন ছয় মাহৰো অধিক সময় ধৰি এক ভয়ংকৰ যুদ্ধত লিপ্ত হৈ আছে। আৰম্ভণিতে ৰাছিয়াৰ সেনাই যুদ্ধত সফল হৈছিল যদিও সময়ৰ লগে লগে ইউক্ৰেইনৰ সেনাবাহিনী শক্তিশালী হৈ পৰিছে। তাৰ মাজতে তেওঁলোকে আক্ৰমণকাৰীসকলক আঁতৰাই খাৰকভ অঞ্চলৰ প্ৰায় সকলোখিনি পুনৰ দখল কৰিছে।

লগতে পঢ়ক: চিত্ৰশিল্পী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ অসুস্থ; জিএমচিএইচত চিকিৎসাধীন

পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাছিয়াই ইউক্ৰেইনত পাৰমাণৱিক আৰু ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা কৰা হৈছে। এইবাৰ পুটিনে সেনাত সাধাৰণ মানুহ আৰু অপৰাধীক জড়িত কৰি সেনাবাহিনীৰ আয়তন বৃদ্ধি কৰিব বিচাৰিছে! 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd