• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীৰ মুখ্য ইমাম ইলিয়াছীক সাক্ষাৎ আৰএছএছ-ৰ মুৰব্বী মোহন ভাগৱতৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 22, 2022 3:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

RSS chief Mohan Bhagwat meets ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে আজি দিল্লীৰ কস্তুৰবা গান্ধী মাৰ্গৰ মছজিদত উপস্থিত হয়। তাত তেওঁ সৰ্বভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ডঃ ইমাম ওমেৰ আহমেদক ইলিয়াছীৰ সৈতে সাক্ষাৎ কৰে।

ভাগৱতক ইয়াৰ পূৰ্বে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেছি আৰু দিল্লীৰ প্ৰাক্তন উপ ৰাজ্যপাল নাজিব জংগকে ধৰি মুছলমান বুদ্ধিজীৱীসকলৰ এটা দলে সাক্ষাৎ কৰিছিল। এই বৈঠকত আৰ এছ এছ প্ৰচাৰক ইন্দ্ৰেশ কুমাৰো মোহন ভাগৱতৰ সৈতে উপস্থিত আছিল।

লগতে পঢ়ক: সাম্প্ৰদায়িক সম্প্ৰীতিৰ চানেকিঃ তিৰুপতি মন্দিৰলৈ ১ কোটি টকা দান কৰিলে মুছলমান দম্পতীয়ে

Apply Now

উল্লেখ্য যে দুদিন পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জামিৰুদ্দিন শ্বাহ, প্ৰাক্তন সাংসদ শ্বাহিদ চিদ্দিকী আৰু সমাজসেৱক ছাইদ শ্বেৰৱানীও উপস্থিত আছিল।

দুঘণ্টাজোৰা এই বৈঠকত সাম্প্ৰদায়িক সম্প্ৰীতি শক্তিশালী কৰা আৰু আন্তঃ-সম্প্ৰদায়ৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত বিশদ আলোচনা কৰা হয়।

ইয়াৰ পূৰ্বে মুছলমানসকলৰ সংগঠন জমিয়ত-উলেমা-ই-হিন্দৰ নেতা মৌলানা আৰ্শাদ মাদানীয়েও ২০১৯ৰ ৩০ আগষ্টত দিল্লীৰ ঝাণ্ডেৱালানত সংঘৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ পিছত মোহন ভাগৱতক সাক্ষাৎ কৰিছিল।মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতা ইন্দ্ৰেশ কুমাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা সেই বৈঠকখনো যথেষ্ট চৰ্চিত হৈছিল।

উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত (৯ নৱেম্বৰ, ২০১৯) ৰায় দিয়াৰ পিছত দুয়োটা সম্প্ৰদায়ৰ মাজত শান্তি বজাই ৰখাৰ দৃষ্টিকোণৰ পৰা দুয়োগৰাকী শীৰ্ষ নেতাৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছিল।

লগতে পঢ়ক: ঝাৰখণ্ডত সকলো ব্যক্তিগত খণ্ডৰ কোম্পানীত নিযুক্তি দিব লাগিব ৭৫ শতাংশ স্থানীয় লোকক

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে অনাগত দিনত কাশ্মীৰৰ কেইজনমান মুছলমান নেতাকো সাক্ষাৎ কৰিব পাৰে। কাশ্মীৰত নিৰ্বাচনী ৰাজনীতি পুনৰ আৰম্ভ হোৱাৰ পিছত উপত্যকাটোত শান্তি বজাই ৰখাৰ দৃষ্টিকোণৰ পৰা ইয়াক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd