• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত কমাৰগাওঁ মহাবিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব গঁড় দিৱস উদযাপন

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
September 23, 2022 10:36 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Kaziranga National Park observed World Rhino Day বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ লগতে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও ২২ চেপ্তেম্বৰত বিশ্ব গঁড় দিৱস উদযাপন কৰে ৷ কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিলৈ ওলাই যোৱা গঁড়ৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই বাৰ দিনজোৰা কাৰ্যসুচীৰে বিশ্ব গঁড় দিৱস কমাৰগাওঁ মহাবিদ্যালয়ত উদযাপন কৰে ৷

গঁড় দিৱসৰ পুৱাই কাজিৰঙাৰ কহঁৰাৰ পৰা কমাৰগাওঁলৈ আৰম্ভ হয় এক সজাগতামুলক চাইকেল ৰেলী ৷ চাৰি ঘন্টীয়া এই চাইকেল ৰেলীত বোকাখাত, ৰজাবাৰী আৰু নুমলীগড়ৰ অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷

কহঁৰাৰ বনাঞ্চলিক বিষয়া বিভুতি ৰঞ্জন গগৈয়ে কহঁৰাত আৰু পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে বোকাখাতৰ সংমণ্ডল কাৰ্যালয়ত এই ৰেলীৰ ফ্লেগ অফ কৰে ৷

Apply Now

গঁড় দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সৌজন্যত বোকাখাতৰ নৱ নাট্য গোষ্ঠীৰ শিল্পী সকলে বোকাখাত, নুমলীগড় আৰু কমাৰগাওঁত গঁড় সংৰক্ষণ বিষয়ক বাটৰ নাট প্ৰদৰ্শন কৰে ৷

‘’গঁড় আমাৰ জাতীয় সম্পদ ইয়াক ৰক্ষা কৰাতো অকল বন বিভাগৰেই নহয় সকলোৰে কৰ্তব্য,’’ -পৰৱৰ্তী সময়ত কমাৰগাওঁ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃত অনুষ্ঠিত হোৱা গঁড় দিৱসৰ মুল কাৰ্যসুচীত এই দৰে মন্তব্য কৰে কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ কুমাৰ শৰ্মাই ৷

অনুষ্ঠানত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, কমাৰগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ বিজুলী বৰচেতীয়া, কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, সহকাৰী বন সংৰক্ষক চিৰঞ্জীৱ জৈন আৰু নয়নজ্যোতি ৰাজবংশী, জেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ বৰা, কমাৰগাওঁ প্ৰেছ ক্লাবৰ সম্পাদক ৰিন্টু দুৱাৰ, বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, বাগৰিৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, মহাবিদ্যালয় খনৰ শিক্ষক কৰ্মচাৰীৰ লগতে সমুহ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে ৷

অনুষ্ঠানৰ আৰম্ভণিতেই বন্তি প্ৰজ্বলনেৰে বন আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বন ছহিদৰ বাবে স্মৃতি তৰ্পণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ৷

কমাৰগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই৷ আদৰণি ভাষণ প্ৰদান কৰে ডি এফ অ’ ৰমেশ কুমাৰ গগৈ আৰু কমাৰগাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹  বিজুৱী বৰ চেতীয়াই ৷

অনুষ্ঠানত কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু পৰিৱেশ কৰ্মী সাংবাদিক উত্তম শইকীয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু গঁড়ৰ বিষয়ে সচিত্ৰ উপস্থাপনেৰে ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে ৷

অনুষ্ঠানৰ মাজতে সহকাৰী বন সংৰক্ষকে গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে ৷

অনুষ্ঠানৰ সামৰণিত আকস্মিক প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী, চাইকেল ৰেলীৰ অংশগ্ৰহণকাৰী আৰু বাটৰ নাটত অভিনয় কৰা শিল্পী সকলক মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয় ৷

শেষত মহাবিদ্যালয়খনৰ প্ৰবক্তা অঞ্জন জ্যোতি শইকীয়াই গঁড় দিৱসৰ সফলতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd