• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Peta calls for sex strike: মাংস খোৱা পুৰুষৰ সৈতে যৌন সম্ভোগ নকৰিব! মহিলাসকলক অনুৰোধ PETAৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2022 6:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PETA asks women to say no to sex পৃথিৱীক উষ্ণায়ন আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিবলৈ পেটাই (PETA) মহিলাসকলক আহ্বান জনাইছে। পশুৰ অধিকাৰ বিষয়ক সংস্থা পেটাই মহিলাসকল আহ্বান জনাই কয়, “যদি আপোনাৰ পুৰুষ সংগীয়ে মাংস খায়, তেন্তে তেওঁৰ সৈতে যৌন সম্ভোগ নকৰিব।‘’

টাইমছ ৰেডিঅ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড. কেৰিছ বেনেটে পেটাৰ হৈ এই আহ্বান জনাইছিল। এই অহানৰ সমৰ্থনত তেওঁ দাবী কৰে যে জলবায়ু দুৰ্যোগৰ বাবে পুৰুষসকল মহিলাতকৈ অধিক দায়ী।

লগতে পঢ়ক: Russia school shooting: ভয়ংকৰ ঘটনা! ৰাছিয়াৰ বিদ্যালয়ত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত শিক্ষক, ছাত্ৰসহ ১৩ জন নিহত

Apply Now

শেহতীয়া এক সমীক্ষাৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি তেওঁ কয় যে পুৰুষে মহিলাতকৈ অধিক মাংস খায়। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰে। সেয়েহে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা বিশ্বক সুৰক্ষিত কৰিবলৈ মহিলাসকলে “মাংস খোৱা পুৰুষৰ সৈতে যৌন সম্ভোগ” কৰা উচিত নহয়। স্বাভাৱিকতে, পেটাৰ আহ্বানে বিভিন্ন মাধ্যমত এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছে।

পেটাই বিশ্বাস কৰে যে এই যৌন ধৰ্মঘটেই বিশ্বক পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ পৰা সুৰক্ষিত কৰিব। “পুৰুষৰ খাদ্যাভ্যাসৰ বাবে অতিৰিক্ত গ্ৰীণ হাউছ গেছৰ ৪১ শতাংশ উৎপন্ন হয়,” সংস্থাটোৱে এক বিবৃতিত কয়। লগতে কোৱা হৈছে, “যিসকল পুৰুষে বীয়েৰৰ বটলৰ সৈতে মাংস পুৰি খায় তেওঁলোকে কেৱল জন্তুবোৰৰে নহয়, পৰিৱেশৰো ব্যাপক ক্ষতি কৰে।‘’

লগতে পঢ়ক: অকল টকাৰেই নহয়, ডলাৰৰ বিপৰীতে ব্ৰিটিছ পাউণ্ডৰো ৰেকৰ্ড পতন

টাইমছ ৰেডিঅ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত ড. বেনেটে দাবী কৰে যে আহাৰৰ পাৰ্থক্যৰ বাবেই পুৰুষে মহিলাতকৈ অধিক কাৰ্বন উৎপাদন কৰে। এই খাদ্যাভাসৰ সলনি কৰিবলৈকো তেওঁ মহিলাসকলৰ সহায় বিচাৰিছে। পেটাই দীৰ্ঘদিন ধৰি পশুৰ অধিকাৰৰ বাবে যুঁজ দি আহিছে। তেওঁলোকৰ বৰ্তমান ২০ লাখৰো অধিক সমৰ্থক আছে।

https://twitter.com/TheOGAllison/status/1574102462331748352?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1574102462331748352%7Ctwgr%5E79123f88a67e1c90d08dc00b1d21f6e2a36adbb1%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Feisamay.com%2Fviral%2Fdo-not-sleep-with-meat-eating-men-peta-requests-women-to-do-sex-strike%2Farticleshow%2F94446553.cms

ইপিনে, পেটাৰ এই মন্তব্যৰ পিছতে বিভিন্ন মহলত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। নেটিজেনৰ এটা অংশই সামাজিক মাধ্যমত সংস্থাটোক প্ৰায় লক্ষ্য কৰি লৈছে। কিছুমানে মন্তব্য কৰিছে “যৌনতা কোনো সঁজুলি নহয়।” কিছুমানে পেটাক “ভণ্ড” বুলিও আক্ৰমণ কৰিছে।

"Men have a 40 percent higher carbon footprint because they're eating more meat than woman."

Women in Germany are being told to stop having sex with their husbands and boyfriends until they stop eating red meat. Dr Carys Bennett from PETA explains on #TimesRadio. pic.twitter.com/6B9jlFn1Pl

— Times Radio (@TimesRadio) September 22, 2022

দৰাচলতে, পৃথিৱীৰ কিছু অংশ দাবানল, অত্যাধিক বৰষুণ আৰু বানপানীৰ ফলত প্ৰায় বিধ্বস্ত হৈ পৰিছে। বিজ্ঞানীসকলৰ প্ৰতিবেদন অনুসৰি জলবায়ু পৰিৱৰ্তন দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত পৃথিৱীখন তুলনামূলকভাৱে দ্ৰুততাৰে অধিক গৰম হৈ আহিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd