• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি মহাষষ্ঠী! আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ; মহানগৰীতো প্ৰস্তুতি তুংগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2022 2:42 pm
140
VIEWS
Share on FacebookShare on Twitter

Sharadiya Durga Puja celebration starts হিন্দু ধৰ্মাৱলম্বীসকলৰ অন্যতম শাৰদীয় আয়োজন ‘দুৰ্গোৎসৱ’ৰ আজি মহাষষ্ঠী। দেৱী দুৰ্গাৰ উপাসনাৰে আজি আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজাৰ। কল্পৰাম্ভত ঘট স্থাপন, বিল্ব বোধন, অধিবাসৰ শেষত দেৱীক আমন্ত্ৰণ জনোৱা হ’ব।

কাইলৈ মহাসপ্তমী। মহাসপ্তমীত দেৱীক ষোড়শ উপচাৰ অৰ্থাৎ ১৬টা উপাদানেৰে পূজা কৰা হ’ব। সেইদৰে মহাঅষ্টমী আৰু মহানৱমীত বিধিবিহিত পূজা-অৰ্চনাৰে দেৱীক আৰাধনা কৰা হ’ব।

অহা ৫ অক্টোবৰ বুধবাৰে বিজয়া দশমীত দেৱীয়ে নাৱত বিদায় ল’ব।

লগতে পঢ়ক: বৃদ্ধি পাব ইন্টাৰনেটৰ গতি! দেশত 5G সেৱা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দুৰ্গাপূজা উপলক্ষে গুৱাহাটী মহানগৰীতো ব্যাপক প্ৰস্তুতি চলিছে। পাঁচ শতাধিক পূজা মণ্ডপ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈ উঠিছে। আজি সন্ধিয়াৰে পৰাই পূজা মণ্ডপসমূহত ভক্তৰ লানি লাগিব।

ইপিনে, বহু পূজাস্থলীত পৰম্পৰাগত লোকনাট্য, ওজাপালিকে ধৰি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

কোভিডকালীন পৰিস্থিতিৰ পিছত প্ৰথমবাৰৰ বাবে মুকলিমুৰীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ শাৰদীয় দুৰ্গাপূজাত যথেষ্ট ভিৰ হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: বিজ্ঞানীৰ দাবী: পৃথিৱীতে আছে ইমান দিনে মানুহৰ চকুত নপৰা ছয় নম্বৰ মহাসাগৰ!

আনহাতে, পূজাৰ দিনকেইটাত যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ যান-বাহন আৰক্ষীয়ে বাহন চলাচলৰ পথ নিৰ্দেশনা কিছু সলনি কৰিছে।  

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd