• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজ্ঞানীৰ দাবী: পৃথিৱীতে আছে ইমান দিনে মানুহৰ চকুত নপৰা ছয় নম্বৰ মহাসাগৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2022 9:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Scientists have just discovered a 6th ocean পৃথিৱীতে আছে আৰু আন এখন মহাসাগৰ। ইয়াৰ অৰ্থ হৈছে পৃথিৱীত ষষ্ঠ মহাসাগৰ! এইটোৱেই দাবী কৰিছে বিজ্ঞানীসকলে।

শেহতীয়াকৈ জাৰ্মানী, ইটালী আৰু আমেৰিকাৰ এদল বিজ্ঞানীয়ে এই মহাসাগৰ আৱিষ্কাৰ কৰিছে। ‘নেচাৰ’ আলোচনীত প্ৰকাশিত হৈছে তেওঁলোকৰ গৱেষণা পত্ৰ। দাবী কৰা হৈছে যে ইমান বছৰ ধৰি এই পৃথিৱীত ছয় নম্বৰ মহাসাগৰ এখন আছে। সেইখন মানুহৰ দৃষ্টিলৈ অহাই নাছিল।

ইমান দিন ধৰি ভূগোলৰ কিতাপত আমি জানি আহিছো যে পৃথিৱীত পাঁচখন মহাসাগৰৰ আছে। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। কিন্তু সেই ধাৰণা এইবাৰ সলনি হ’বলৈ আগবাঢ়িছে।

Apply Now

কিন্তু ক’ত আছে এই মহাসাগৰখন? এই মহাসাগৰখন পৃথিৱীৰ উপৰিভাগৰ আৱৰণ আৰু কেন্দ্ৰৰ মধ্যৱৰ্তী এটা স্তৰৰ মাজত আছে। এই মহাসাগৰখন ভূতলৰ ৬৬০ কিলোমিটাৰ গভীৰতাৰ পৰা ৪১০ কিলোমিটাৰ গভীৰতাৰ ভিতৰত আছে।

বাকী পাঁচখন মহাসাগৰ য’ত উপৰিভাগৰ আৱৰণৰ ভিতৰত আছে, এই মহাসাগৰখন তাৰ তলত আছে। আৰু সেইকাৰণেই ইমান দিন ধৰি ইয়াৰ অস্তিত্ব ধৰিব পৰা হোৱা নাই। বিজ্ঞানীসকলে এইদৰে দাবী কৰে।

দৰাচলতে কি অৱস্থাত আছে এই মহাসাগৰ? বিজ্ঞানীসকলৰ মতে এই স্তৰত শিলবোৰৰ মাজত পানী আৱদ্ধ হৈ আছে। কিন্তু সকলো মিলি ইমান পানী আছে যি কোনো মহাসাগৰতকৈ কম নহয়। সেয়েহে, বিজ্ঞানীসকলে ভাবে যে ইয়াক ষষ্ঠ মহাসাগৰ হিচাপে চিনাক্ত কৰা উচিত।

কেনেকৈ পোৱা গ’ল এই মহাসাগৰৰৰ সন্ধান? বটছোৱানাত এটা বিৰল প্ৰজাতিৰ হীৰা পোৱা গৈছে। বিজ্ঞানীসকলে এই হীৰাৰ পৰীক্ষা কৰোঁতে অদ্ভুত তথ্য বিচাৰি পাইছে। তেওঁলোকে আৱিষ্কাৰ কৰিছে যে এই হীৰাটো প্ৰায় ৬১০ কিলোমিটাৰ গভীৰতাৰ পৰা উঠি আহিছে। ১.৫ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এই হীৰাটোৰ বিষয়ে বিজ্ঞানীসকলৰ মত হ’ল প্ৰচণ্ড চাপৰ বাবে সৃষ্টি হৈছে এই হীৰাৰ। আৰু এই হীৰাৰ ভিতৰত বেছি অংশই পানী। আৰু ইয়াৰ পৰাই বিজ্ঞানীসকলে অনুসন্ধান চলাই এই মহাসাগৰৰ অস্তিত্বৰ অনুমান লাভ কৰিছে।

বিজ্ঞানীসকলৰ দাবী যে এই মহাসাগৰত থাকিব পৰা পানীৰ পৰিমাণ পৃথিৱীৰ পৃষ্ঠত অৱস্থিত যিকোনো মহাসাগৰতকৈ অধিক। ফলস্বৰূপে ইয়াক মহাসাগৰ বুলি ভাবিবলৈ পৰ্যাপ্ত যুক্তি আছে। তেনেহ’লে আচৰিত হ’বলৈ একো নাই। আমি ভূগোলৰ পাঠত হয়তো আৰু এখন মহাসাগৰৰ বিষয়ে পঢ়িবলৈ পাম!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd