• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি নেতাৰ কুকীৰ্তি! ১৬ জন দলিত শ্ৰমিকক বন্দী কৰি নিৰ্যাতন; প্ৰহাৰৰ ফলত গৰ্ভপাত মহিলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2022 8:32 am
ফটো: সংগৃহীত।

ফটো: সংগৃহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কফি খেতিত আৱদ্ধ কৰি ১৬ জন দলিত শ্ৰমিকক নিৰ্মমভাৱে নিৰ্যাতন কৰা হয়। অভিযোগ কৰা হৈছে যে নিৰ্মম প্ৰহাৰৰ বাবে এগৰাকী দলিত যুৱতী মহিলাৰ গৰ্ভপাত হৈছিল। তেওঁক বৰ্তমান সংকটজনক অৱস্থাত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অভিযুক্তসকল কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ বাসিন্দা আৰু কফি খেতিৰ মালিক এজন স্থানীয় বিজেপি নেতা আৰু তেওঁৰ পুত্ৰ ।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিজেপি নেতা আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে। জগদীশ গৌড়া আৰু তেওঁৰ পুত্ৰ তিলক গৌড়াৰ বিৰুদ্ধে দলিতসকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে।

ইপিনে, ঘটনাটোৰ পিছৰে পৰা দুয়ো পলাতক হৈ আছে। কৰ্ণাটক আৰক্ষীয়ে তেওঁলোকক বিচাৰি অভিযান চলাই আছে।

Apply Now

লগতে পঢ়ক: ৰাজধানীতে অসুৰক্ষিত নাৰী: নিচাজাতীয় দ্ৰব্য পান কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ তিনি দুৰ্বৃত্তৰ

আৰক্ষীৰ মতে দলিতসকল কফি বাগানৰে শ্ৰমিক। কেইবাটাও পৰিয়ালে মালিকপক্ষৰ পৰা মুঠ ৯ লাখ টকা ঋণ লোৱা বুলি দাবী কৰা হৈছে। টকা ঘূৰাই দিব নোৱাৰাত জগদীশ আৰু তেওঁৰ পুত্ৰই এই অমানৱীয় পদক্ষেপ লৈছিল। চাৰিটা পৰিয়ালৰ ১৬ জন সদস্যক কফি খেতিত তেওঁলোকৰ ঘৰতে বন্দী কৰি ৰখা হৈছিল।

তেওঁলোকে শ্ৰমিকসকলক টকা ঘূৰাই নিদিয়াৰ বাবে  অকথ্য নিৰ্যাতন চলায়। ১৬ জন লোকক গোটেই দিন আটক কৰি ৰখা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি ৮ অক্টোবৰত কিছুমান লোক বালেহোন্নুৰ আৰক্ষী চকীলৈ আহি জনাইছিল যে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক বলপূৰ্বক কফি বাগানত আৱদ্ধ কৰি ৰখা হৈছে। তেওঁলোকক জগদীশ গৌড়াই নিৰ্যাতন চলাইছে। কিন্তু সেইদিনা পলমকৈ অভিযোগটো উঠাই লোৱা হয়।

পিছদিনা বন্দী অৱস্থাত থকা এগৰাকী গৰ্ভৱতী মহিলা অসুস্থ হৈ পৰে। বিজেপি নেতা পিতৃ-পুত্ৰৰ অত্যাচাৰৰ বাবে তেওঁৰ গৰ্ভপাত হোৱা বুলি অভিযোগ কৰা হৈছে। অসুস্থ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে গোটেই বিষয়টো পোহৰলৈ আহে।  

চিক্কামাগালুৰু আৰক্ষীৰ শীৰ্ষ  বিষয়াগৰাকীয়ে কয় যে দলিত শ্ৰমিকসকলক ১৫ দিনৰ বাবে গৃহবন্দী কৰি ৰখা হৈছিল। অৰ্পিতা নামৰ এগৰাকী অসুস্থ গৰ্ভৱতী মহিলাই কয়, “মোক বন্দী কৰি ৰখা হৈছিল। মোক গালি দিয়া হৈছে, মাৰপিট কৰা হৈছে। তেওঁলোকে মোৰ ফোন কাঢ়ি লৈ গৈছে।‘’

লগতে পঢ়ক:গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা পৰিচয়েৰে লুটিবলৈ চেষ্টা কৰা তিনি ছদ্মবেশী দুৰ্নীতি বিৰোধী শাখাৰ বিষয়া!

অৰ্পিতাৰ মাতৃয়ে কয় যে ছোৱালীজনী দুমাহৰ গৰ্ভৱতী আছিল। তেওঁক জগদীশ গৌড়াই প্ৰহাৰ কৰিছিল। ইপিনে, স্থানীয়ভাৱে গেৰুৱা নেতা বুলি পৰিচিত জগদীশ গৌড়া এজন নেতা নহয়, এজন সাধাৰণ বিজেপি সমৰ্থক বুলিহে দাবী কৰে স্থানীয় বিজেপি নেতৃত্বই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd