• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিৱেশ কৰ্মীকে পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব! আটাইতকৈ কনিষ্ঠ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2022 2:42 pm
ছুইডেনৰ পৰিৱেশ মন্ত্ৰী ৰোমিনা পোৰামখতাৰী।

ছুইডেনৰ পৰিৱেশ মন্ত্ৰী ৰোমিনা পোৰামখতাৰী।

213
VIEWS
Share on FacebookShare on Twitter

Romina Pourmokhtari named as Sweden’s climate minister ছুইডেনৰ নতুন চৰকাৰে এগৰাকী ক্লাইমেট এক্টিভিষ্ট বা পৰিৱেশ কৰ্মীক পৰিৱেশ মন্ত্ৰী হিচাপে নিযুক্তি দিছে। এইটো ঠিক মেধা পাটকাৰক এই দেশৰ পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব দিয়াৰ দৰে ঘটনা।

ছুইডেনৰ এই মন্ত্ৰীজনৰ নাম ৰোমিনা পোৰামখতাৰী। তেওঁ দেশখনৰ কনিষ্ঠতম মন্ত্ৰী হিচাপেও অভিলেখ গঢ়িছে। তেওঁৰ বয়স ২৬ বছৰ। ইয়াৰ আগতে আটাইতকৈ কম বয়সৰ মন্ত্ৰী হোৱাৰ অভিলেখ আছিল ২৭ বছৰ।

ৰোমিনা পোৰামখতাৰী।

ৰোমিনা পোৰামখতাৰী দেশখনৰ লিবাৰেল পাৰ্টিৰ যুৱ শাখাৰ মুখ। গ্ৰেটা থুনবাৰ্গ তেওঁৰ নিজৰ দেশত এগৰাকী কিশোৰী পৰিৱেশ কৰ্মী হিচাপে বিখ্যাত। এইবাৰ গ্ৰেটাৰ পিছত ৰোমিনা পোৰামখতাৰীৰ নামও চৰ্চিত হ’ব।

ৰোমিনা পোৰামখতাৰী এটা পৰিয়ালসূত্ৰে ইৰানী যদিও ষ্টকহোমত জন্মগ্ৰহণ কৰিছে। উল্ফ ক্ৰিষ্টাৰচন ছুইডেনৰ প্ৰধানমন্ত্ৰী। ৰোমিনা পোৰামখতাৰীয়ে তেওঁৰ মন্ত্ৰীসভাত স্থান পাইছে। তেওঁ ২০২২ চনত আহি মন্ত্ৰী হৈছে। কিন্তু তেওঁৰ অতীতৰ আন্দোলন দেশৰ প্ৰশাসনৰ বিৰুদ্ধে আছিল।

ৰোমিনা পোৰামখতাৰী।

২০২০ চনত তেওঁ এটা পোষ্টত লিখিছিল, ‘ওল্ফ ক্ৰিষ্টাৰচন উইদাউট এছডি – এবচল্যুটলী।’ ‘ওল্ফ ক্ৰিষ্টাৰচন উইথ এছডিৰ – নো থেংকছ’! ‘এছডি’ হৈছে ছুইডেন ডেমোক্ৰেট।

গ্ৰেটা থুনবাৰ্গ ছুইডেনৰ পৰিৱেশ আন্দোলনৰ অন্যতম মুখ। তেওঁ বিশ্বৰ যুৱসকলক একত্ৰিত কৰিছে আৰু পৰিৱেশ আন্দোলনত চামিল কৰিছে।

Recent News

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd