• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লৱে সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ১৪ লাখ টকাতকৈও অধিক মূল্যৰ গাঞ্জা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2022 6:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

RPF Recovers Ganja worth more than Rs. 14 Lacs উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’ল যোগে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই অলপতে ১৪ লাখ টকাতকৈও অধিক মূল্যৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

অক্টোবৰ মাহৰ ১৫ আৰু ১৬ তাৰিখৰ ভিতৰত তেওঁলোকে আনুমানিক ১৪৭ কেজি. গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচন আৰু ৰে’লত চলোৱা নিয়মীয়া পৰীক্ষণ আৰু তালাচীৰ সময়ত গৰাকীবিহীন বেগৰপৰা এই নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: দালাই লামাক লৈ গান গোৱাৰ বাবেই পাঁচজন তিব্বতীক আটক চীনা কৰ্তৃপক্ষৰ

Apply Now

১৬ অক্টোবৰত সংঘটিত এক ঘটনাত আগৰতলাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ এটা দলে আগৰতলা ৰে’ল ষ্টেচনত এক তালাচী অভিযান চলায়। অভিযানৰ সময়ত তেওঁলোকে ২৪ পেকেট গাঞ্জা থকা ৪ টা গৰাকীবিহীন বস্তা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৬০ কিলোগ্ৰাম আৰু ইয়াৰ মূল্য আনুমানিক ৬ লাখ টকা হব। পিছত জব্দ কৰা সামগ্ৰীবোৰ আগৰতলাৰ জিআৰপিক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়া হয়।

আনহাতে, ১৬ অক্টোবৰতে এনেধৰণৰ আন এটি ঘটনাৰ সন্দৰ্ভত আৰপিএফ/আলিপুৰদুৱাৰ আৰু আৰপিএফ/নিউ কোচবিহাৰৰ এটা যুটীয়া দলে নিউ কোচবিহাৰ ৰে’ল ষ্টেচনত এক গোপন তথ্যৰ পম খেদি ৰে’ল নং. ১৫৬২৬ ডাউন (আগৰতলা-দেওঘৰ এক্সপ্ৰেছ)ৰে’লখনত এক অভিযান চলায়।

লগতে পঢ়ক: অসমৰ কি আহে যায়! কেন্দ্ৰৰ হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু বিধানসভাত প্ৰস্তাৱ; বিজেপিৰ ৱাক আউট

অভিযানৰ সময়ত দলটোৱে গাঞ্জা থকা ৪ টা গৰাকীবিহীন গাঞ্জা ভৰ্তি বস্তা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাঞ্জাসমূহৰ মূল্য প্ৰায় ৫.৬৮ লাখ টকা আৰু ওজন প্ৰায় ৫৬.৮ কিলোগ্ৰাম। পিছত জব্দ কৰা গাঞ্জা পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে নিউ কোচবিহাৰস্থিত জিআৰপিক গতাই দিয়া হয়।

চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ১৫ ৰ পৰা ১৬ তাৰিখৰ ভিতৰত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে আগৰতলা, ডিমাপুৰ, কামাখ্যা আৰু নিউ কোচবিহাৰ ৰে’লৱে ষ্টেচনতো ৰে’লত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই সৰ্বমুঠ ১২ টা গৰাকীবিহীন বেগ আৰু ৭টা স্বত্ববিহীন পেকেট (গাঞ্জা সহিত) উদ্ধাৰ কৰিবলৈ সক্ষম হয় যি সমূহৰ ওজন আনুমানিক ১৪৭ কিলোগ্ৰাম আৰুআনুমানিক মূল্য ১৪.৭ লাখ টকা হ’ব।

লগতে পঢ়ক: পৰিৱেশ কৰ্মীকে পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্ব! আটাইতকৈ কনিষ্ঠ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ

জব্দ কৰা গাঞ্জাসমূহ পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ষ্টেচনৰ সংশ্লিষ্ট অ’চি/জিআৰপিৰ হাতত গতাই দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd