• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদূষিত ভাৰত! এছিয়াৰ শীৰ্ষ দহখন প্ৰদূষিত চহৰৰ তালিকাত আঠখনেই ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2022 5:53 pm
most polluted cities in Asia
161
VIEWS
Share on FacebookShare on Twitter

দিপাৱলীৰ আনন্দৰ সময়ত দেশত বৃদ্ধি পাবলগীয়া সম্ভাৱ্য প্ৰদূষণময় পৰিস্থিতিৰ প্ৰাকমুহূৰ্তত প্ৰকাশিত এক সমীক্ষাই দেশৰ সাম্প্ৰতিক প্ৰদূষিত পাৰিপাৰ্শ্বিক অৱস্থাক সমুখলৈ আনিছে। ‘ৱৰ্ল্ড এয়াৰ কোৱালিটি ইনডেক্স’ – ৰ সমীক্ষাত এছিয়াৰ শীৰ্ষ ১০ খন প্ৰদূষিত চহৰৰ তালিকাত স্থান লাভ কৰিছে আঠখন ভাৰতীয় চহৰে।

ভাৰতীয় চহৰ গুৰুগ্ৰাম এই তালিকাৰ শীৰ্ষত আছে। দেওবাৰে পুৱা চহৰখনত বায়ু মানদণ্ড সূচক ‘AQI’- ৰ মান আছিল ৬৭৯। ৰেৱাৰীৰ কাষৰীয়া ধাৰুহেৰা চহৰ ৫৪৩ AQI আৰু বিহাৰৰ মুজাফ্ফৰপুৰ ৩১৬ AQI- ৰে ইয়াৰ পাছত থাকে।

তালিকাত থকা আন ভাৰতীয় চহৰসমূহ হৈছে টালকেটৰ, লক্ষ্ণৌ (২৯৮ AQI), ডিআৰচিচি আনন্দপুৰ, বেগুচৰাই (২৬৯ AQI), ভূপাল চৌৰাহা, দেৱাছ (২৬৬ AQI), খড়কপাড়া, কল্যাণ (২৫৬ AQI), দৰ্শন নগৰ আৰু ছপ্ৰা (২৩৯ AQI)।

লক্ষণীয়ভাৱে প্ৰদূষণৰ মাত্ৰাই ভয়াৱহ ৰূপ লোৱা দেশৰ ৰাজধানী চহৰ দিল্লী এই তালিকাৰ পৰা বাদ পৰে। ভাৰতীয় চহৰসমূহৰ উপৰিও চীনৰ লুঝৌৰ জিয়াওশিচাং বন্দৰ আৰু মঙ্গোলিয়াৰ উলানবাটাৰ বায়াংখোচু চহৰে এই তালিকাখনত স্থান পায়।

ইফালে এছিয়া মহাদেশৰ শীৰ্ষ ১০ খন শ্ৰেষ্ঠ বায়ু মানদণ্ড অঞ্চলৰ তালিকাত ভাৰতৰ কেৱল এখন চহৰে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অন্ধ্ৰ প্ৰদেশৰ ৰাজমহেন্দ্ৰভাৰামে এই তালিকাত স্থান লাভ কৰে।

উল্লেখ্য যে বায়ু মানদণ্ড সূচক ‘AQI’- অনুসৰি ০-৫০ লৈ ভাল, ৫১-১০০ লৈ মধ্যমীয়া, ১০১-১৫০ লৈ সংবেদনশীল গোটৰ বাবে অস্বাস্থ্যকৰ, ১৫১-২০০ লৈ সকলো গোটৰ বাবে অস্বাস্থ্যকৰ হিচাপে, ২০১-৩০০ লৈ অতি অস্বাস্থ্যকৰ আৰু ৩০১-৫০০ লৈ মানৱ স্বাস্থ্যৰ বাবে বিপদজনক বুলি গণ্য কৰা হয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd