মঙলবাৰে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা গৈছিল আংশিক সূৰ্যগ্ৰহণ। আংশিক সূৰ্যগ্ৰহণ পাটনাত আবেলি প্ৰায় ৪:২০ বজাত আৰম্ভ হৈছিল আৰু ভাৰতৰ কেইবাখনো ঠাইত সন্ধিয়া ৫:২০ বজাত সমাপ্ত হৈছিল।
২০০৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতত দৃশ্যমান হৈছিল আংশিক সূৰ্যগ্ৰহণ। ইয়াৰ পাছত ২০৩২ চনলৈকে ভাৰতত আংশিক সূৰ্যগ্ৰহণ দৃশ্যমান নহ’ব।
মঙলবাৰে দৃশ্যমান হোৱা এই বিশেষ প্ৰাকৃতিক পৰিঘটনাৰ কেমেৰাত বন্দী হোৱা কিছু নান্দনিক দৃশ্য চাওঁ আহক: