• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউক্ৰেইনক ৪০০ ইৰাণী ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ! দাবী জেলেনস্কিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 2:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Russia attacked Ukraine with 400 Iranian drones ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দাবী কৰিছে যে মস্কো আৰু কিয়েভৰ মাজত যুদ্ধ বৃদ্ধি পোৱাৰ মাজতে ৰাছিয়াই ইউক্ৰেইনৰ সাধাৰণ জনতাৰ বিৰুদ্ধে প্ৰায় ৪০০ ড্ৰোন ব্যৱহাৰ কৰিছে। তেওঁ বুধবাৰে এইটোও দাবী কৰিছে যে এই ড্ৰোনবোৰ ইৰাণত তৈয়াৰ কৰা। ইউক্ৰেইনৰ সংবাদ মাধ্যম দ্য কিয়েভ ইণ্ডিপেণ্ডেণ্টে এই বাতৰিটো প্ৰকাশ কৰিছে।

 ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছে যে কিয়েভত আৰু দেশখনৰ সাধাৰণ ৰাইজক লক্ষ্য কৰি ধাৰাবাহিক বিস্ফোৰণত প্ৰায় ৪০০ ইৰাণ নিৰ্মিত শ্বাহেদ-১৩৬ কামিকাজে ড্ৰোন ব্যৱহাৰ কৰা হৈছিল।

লগতে পঢ়ক: তুৰস্কৰ সহায়ত ভাৰতৰ বিৰুদ্ধে চাইবাৰ গোট গঠনৰ পৰিকল্পনা পাকিস্তানৰ

Apply Now

ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত ৰাছিয়াই ৪৩ টা ড্ৰোনেৰে ইউক্ৰেইনৰ ওপৰত নিৰ্মম আক্ৰমণ চলাইছিল। পিছত মস্কোৰ বাহিনীয়ে সেইদিনা কিয়েভ আক্ৰমণ কৰিবলৈ ২৮ টা ড্ৰোন ব্যৱহাৰ কৰিছিল যাৰ ফলত পাঁচজন লোক নিহত হৈছিল।

তেহৰাণ আৰু মস্কোৰ মাজৰ সম্পৰ্ক গভীৰ হোৱাৰ সময়তে ইৰাণে ৰাছিয়াক অস্ত্ৰ সৰবৰাহ কৰাৰ কথা অস্বীকাৰ কৰি আহিছে। এই পদক্ষেপটোক সমগ্ৰ বিশ্বতে ব্যাপকভাৱে গৰিহণা দিয়া হৈছে।

ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভত ১৭ অক্টোবৰত ‘কামিকাজে’ ড্ৰ’নৰ দ্বাৰা কেইবাটাও বিস্ফোৰণ ঘটিছিল। আক্ৰমণৰ সময়ত কেইবাটাও সাধাৰণ ঘৰ ক্ষতিগ্ৰস্ত হৈছিল। কিয়েভে তেতিয়া দাবী কৰিছিল যে মস্কোৱে শেহতীয়া সপ্তাহবোৰত ইউক্ৰেইনৰ মুখ্য চহৰসমূহৰ বিৰুদ্ধে আক্ৰমণত ইৰাণৰ দ্বাৰা যোগান ধৰা ড্ৰোন ব্যৱহাৰ কৰিছিল। কিয়েভে পশ্চিমীয়া দেশসমূহক নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ তেওঁলোকৰ সহায় আগবঢ়াবলৈ আহ্বান জনাইছিল।

শেহতীয়াকৈ ক্ৰিমিয়াৰ পথৰ দলঙত এখন ট্ৰাক বিস্ফোৰণ হোৱাৰ পিছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ বৃদ্ধি পাইছিল। ঘটনাটোৰ ফলত ক্ৰিমিয়া উপদ্বীপ অভিমুখে যোৱা এখন ৰে’লৰ সাতটা ইন্ধন টেংকত জুই লাগিছিল। বিস্ফোৰণটোত তিনিজন লোক নিহত হৈছিল। এই ঘটনাৰ ফলস্বৰূপে দলংখনৰ দুটা স্প্যান আংশিকভাৱে খহি পৰিছে।

লগতে পঢ়ক: অৱশেষত জাৰ্মানীত বৈধ ঘোষণা মনোৰঞ্জনমূলক ভাঙৰ ব্যৱহাৰ

ক্ৰিমিয়াৰ দলংখন ২০১৮ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উদ্বোধন কৰিছিল। মস্কোৱে ক্ৰিমিয়া অধিগ্ৰহণ কৰাৰ চাৰি বছৰ পিছত দলংখন উপদ্বীপটো ৰাছিয়াৰ পৰিবহন নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল। কেৰ্চ ষ্ট্ৰেইটৰ ওপৰেৰে নিৰ্মাণ কৰা আৰু ক্ৰিমিয়াক ৰাছিয়াৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা দলংখনৰ দৈৰ্ঘ্য ১৯ কিলোমিটাৰ। ইয়াত এটা ৰে’লপথ আৰু যানবাহনৰ পথ আছে। এইটো ২০২০ চনত সম্পূৰ্ণৰূপে মুকলি কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd