• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেলেংগানাতো ‘অপাৰেচন লোটাছ’; গাইপতি ৫০ কোটি দি ৪ জন টিআৰএছ বিধায়কক ক্ৰয়ৰ চেষ্টা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 3:47 pm
অভিযোগ অনুসৰি    বিজেপিৰ টোপ লাভ কৰা টিআৰএছৰ চাৰিজন বিধায়ক।

অভিযোগ অনুসৰি বিজেপিৰ টোপ লাভ কৰা টিআৰএছৰ চাৰিজন বিধায়ক।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

BJP to to buy four MLAs of Telangana’s ruling TRS party! মহাৰাষ্ট্ৰ, দিল্লী আৰু পঞ্জাৱৰ পিছত এইবাৰ বিজেপিয়ে তেলেংগানাত ‘অপাৰেচন লোটাছ’ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ বিৰুদ্ধে ক্ষমতাসীন টিআৰএছৰ চাৰিজন বিধায়কক বৃহৎ পৰিমাণৰ ধন আৰু পদৰ বিনিময়ত দলত্যাগৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

এই সন্দৰ্ভত তেলেংগানা আৰক্ষীয়ে বিজেপিৰ ঘনিষ্ঠ দুজন ধৰ্মগুৰু আৰু এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।

অভিযোগ কৰা হৈছে যে তেলেংগানাৰ পৰা চাৰিজন বিজেপি বিধায়ক ক্ৰয় কৰিবলৈ বিজেপিয়ে মুঠ ২৫০ কোটি টকা আগবঢ়াইছিল। বিজেপিয়ে প্ৰতিজন বিধায়কক ৫০ কোটি টকা আৰু তেওঁলোকৰ নেতাক ১০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ লগতে আকাংক্ষিত পদৰ টোপ দিয়া হৈছিল।

Apply Now

লগতে পঢ়ক: ইউক্ৰেইনক ৪০০ ইৰাণী ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ! দাবী জেলেনস্কিৰ

অৱশ্যে টিআৰএছ বিধায়কসকলে সেই পৰিকল্পনাটো বিফল কৰা বুলি ৰাজ্যৰ আৰক্ষীয়ে দাবী কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি বিজেপিয়ে চাৰিজন টিআৰএছ বিধায়ক ক্ৰয় কৰিবলৈ তিনিজন লোকক হায়দৰাবাদলৈ পঠিয়াইছিল। হাৰিয়ানাৰ এটা মন্দিৰৰ পুৰোহিত ৰামচন্দ্ৰ ভাৰতী, তিৰুপতিস্থিত ধৰ্মগুৰু ডি চিমায়াজী আৰু নন্দকুমাৰ নামৰ এজন ব্যৱসায়ী টিআৰএছ বিধায়কসকলক দলত্যাগৰ প্ৰস্তাৱ দিবলৈ হায়দৰাবাদৰ এখন ফাৰ্ম হাউচলৈ গৈছিল।

এজন টিআৰএছ বিধায়কৰ ফাৰ্মহাউচত ‘ডীল ফাইনেল’ হোৱাৰ কথা আছিল। কিন্তু বিধায়কজনে আৰক্ষীক অৱগত কৰিছিল আৰু সকলো পৰিকল্পনা ফাদিল কৰিছিল। আৰক্ষীয়ে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দলত্যাগৰ প্ৰস্তাৱ দিয়া বিধায়কসকলক মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বাসগৃহলৈ লৈ যোৱা হৈছে। অৱশ্যে বিজেপিয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে গোটেই ঘটনাটো সাজি উলিওৱা হৈছে।

লগতে পঢ়ক: অৱশেষত মৃত্যুৰে হাৰ মানিলে অভিনেতা নিপন গোস্বামীয়ে, সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ 

উল্লেখ্য যে সমগ্ৰ দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ বাহিৰে আন কোনো ৰাজ্যতে বিজেপিৰ বিশেষ প্ৰভাৱ নাই। যোৱা দুই-আঢ়ৈ বছৰত গেৰুৱা শিবিৰে তেলেংগানাত ইয়াৰ শক্তি বৃদ্ধি কৰা আৰম্ভ কৰিছে। অৱশ্যে গেৰুৱা শিবিৰ শাসনাধিষ্ঠিত টিআৰএছ চৰকাৰক উৎখাত কৰিব পৰা অৱস্থাত নাই। ১১৯ জনীয়া তেলেংগানা বিধানসভাত বিজেপিৰ মাত্ৰ দুজনহে বিধায়ক আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

July 22, 2026 9:40 pm
চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

চৰকাৰী প্ৰতিশ্ৰুতিৰ চৰ্তত অনশন ভংগৰ প্ৰস্তাৱ সোনম ৱাংচুকৰ: ছাত্ৰ প্ৰতিবাদকাৰীৰ সুৰক্ষাৰ দাবী

July 22, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd