• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰ্থনীতিৰ ৰেহৰূপ! ৩৮০ কোটি ডলাৰ হ্ৰাস পালে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2022 10:22 am
134
VIEWS
Share on FacebookShare on Twitter

India’s forex reserves drop to lowest যোৱা ২১ অক্টোবৰত সমাপ্ত হোৱা সপ্তাহত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৩৮০ কোটি ডলাৰ ডলাৰ হ্ৰাস হৈ ৫২ হাজাৰ ৪৫২ কোটিলৈ নামিছে। যোৱা ২০২০ চনৰ জুলাইৰ পিছত এয়া হৈছে সৰ্বনিম্ন।

যোৱা বছৰৰ অক্টোবৰত দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আছিল প্ৰায় ৬৪ হাজাৰ ৫০০ কোটি ডলাৰ যিটো এতিয়ালৈকে সৰ্বাধিক। তেতিয়াৰ পৰা ৰিজাৰ্ভৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ নিৰীক্ষণত সামাজিক মাধ্যম? সলনি হ’ল তথ্য প্ৰযুক্তি আইন!

শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)এই তথ্য সদৰী কৰিছে।

অৰ্থনৈতিক বিশ্লেষকসকলে কয় যে যাতে ডলাৰৰ বিপৰীতে টকাৰ শক্তি হেৰুৱাব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ শীৰ্ষ বেংকটোৱে আমেৰিকান ডলাৰ বিক্ৰী কৰিছে। সেইকাৰণেই ৰিজাৰ্ভ হ্ৰাস পাইছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে সমাপ্ত হোৱা সপ্তাহটোত সোণৰ ভাণ্ডাৰ ২৪ কোটি ৪৭ লাখ আমেৰিকান ডলাৰ হ্ৰাস পাই ৩ হাজাৰ ৭২০ কোটি ডলাৰ হৈছে।

লগতে পঢ়ক: থমকি নৰয়! পুনৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

অৰ্থনীতিবিদসকলে কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ধিত সূতৰ হাৰ আৰু ভাৰতলৈ আমদানি বৃদ্ধিৰ বাবে ডলাৰ শক্তিশালী হৈ আছে। ফলস্বৰূপে শীৰ্ষ বেঙ্কে টকা (ৰুপি)ৰ সমৰ্থনৰ বাবে বজাৰত ডলাৰৰ যোগান বৃদ্ধি কৰিব লগা হৈছে। সেইকাৰণে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰো হ্ৰাস পাইছে।

Recent News

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

ৰাষ্ট্ৰীয় সন্মানেৰে সন্ত্ৰাসবাদীক শেষ বিদায়; পাকিস্তানী সেনা-প্ৰশাসনৰ উপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd