• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Gujarat Bridge Collapse: ছট পূজাত গুজৰাটত দলং খহি পৰি ভয়ংকৰ দুৰ্ঘটনা; মৃত্যুৰ সংখ্যা ৯১ লৈ বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2022 7:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

At least 91 killed as Gujarat bridge collapses প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাটো। মেৰামতিৰ পিছত তিনিদিন পূৰ্বে মানুহৰ চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছিল। দেওবাৰে সন্ধিয়া ওলোমা দলংখন মানুহৰ ভিৰৰ হেঁচাত খহি পৰে। ছট পূজাৰ সময়ত বহুলোকে মোৰবীৰ মাচু নদীৰ দলংখনত উঠিছিল। খহি পৰাৰ লগে লগে বহুলোক নদীত পৰি যায়। এতিয়ালৈকে ৯১ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। মৃত্যুৰ সংখ্যাটো আৰু বেছি হোৱাৰ সম্ভাৱনা আছে।

প্ৰশাসনেও মৃত্যুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে। কিয়নো কমেও ১৫০ জন লোক সন্ধানহীন হৈ আছে।

দলংখন সাত মাহ ধৰি মেৰামতি কৰা হৈছিল। তাৰ পাছতো প্ৰশাসনে বুজি পোৱা নাই যে কেনেকৈ এখন দলং খহি পৰিল। অৱশ্যে পূজা চাবলৈ যোৱা মানুহৰ কেনেকৈ ৪০০ জন লোক দলংখনত উঠিব পাৰিলে তাক লৈ আৰক্ষীৰ ফালে আঙুলি তুলিছে ৰাজ্যখনৰ  সাধাৰণ লোকে।

Apply Now

সূত্ৰ অনুসৰি, দলংখন মেৰামতিৰ বাবে নিবিদা লাভ কৰা কোম্পানীটোৱে আগতে কৈছিল যে দলংখন কমেও ১৫ বছৰৰ বাবে আৰু মেৰামতি কৰিব নালাগিব। কিন্তু প্ৰশ্ন হৈছে যে এইখন পাঁচ দিনতে কেনেকৈ ভাঙি পৰিল। দলংখনত চাৰিশ মানুহ আছিল। নদীখনত খহি পৰাৰ পিছত বহুলোক সন্ধানহীন হৈ আছে। দলংখন ভাঙি পৰা স্থানলৈ উদ্ধাৰকাৰীসকলে নাও লৈ গৈ উদ্ধাৰ অভিযান চলাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান তিনিদিনীয়া গুজৰাট ভ্ৰমণলৈ আহিছে। তেওঁ দুৰ্ঘটনাটোৰ বিষয়ে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে। তেওঁ সকলো সময়তে উদ্ধাৰ অভিযানৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে।

ইপিনে, দুৰ্ঘটনাত পতিত সকলৰ উদ্ধাৰৰ আটাইতকৈ ডাঙৰ বাধা হৈছিল অন্ধকাৰ। নদীৰ এফালে মাত্ৰ এটা পোহৰ আছে। ফলস্বৰূপে উদ্ধাৰকাৰীসকলে পোহৰৰ ব্যৱস্থা নোহোৱালৈকে উদ্ধাৰ কাৰ্য্যত অত্যাধিক অসুবিধাৰ সন্মুখীন হৈছিল। আশংকা কৰা হৈছে যে দলংখনৰ তলত কমেও ১০০ জন লোক চেপা খাই পৰিছে। ফলত সেই সংখ্যাটোৱে প্ৰশাসনক চিন্তিক কৰিছে। বহুতো লোক পানীত ডুব যোৱাৰ আশংকাত ডুবাৰু মতা হৈছে।

সাধাৰণতে সমগ্ৰ দেশতে নদীৰ পাৰত ছট পূজা উদযাপন কৰা হয়। চাৰিশ মানুহ এখন দলঙত উঠাৰ সময়ত প্ৰশাসনে চকু দিয়া নাছিল! যদি দলংখনত মানুহ কঢ়িয়াই নিয়াৰ সময়ত দুৰ্ঘটনা হয় সেয়া আন এটা কথা, কিন্তু দলংখনত বৃহৎ সংখ্যক লোক উঠি পৰাটো বেলেগ বিষয়। প্ৰশাসন নে দলংখন মেৰামতি কৰা কোম্পানী কাৰ অৱহেলাত ঘটিল এই ট্ৰেজেদি! এই মুহূৰ্তত তাৰে চৰ্চাই চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd