• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সামৰিক কুচকাৱাজ! আমেৰিকা-দক্ষিণ কোৰিয়াই চলাইছে বৃহৎ যৌথ যুদ্ধবিমান অনুশীলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2022 10:01 am
ফটো: সংগৃহীত।

ফটো: সংগৃহীত।

191
VIEWS
Share on FacebookShare on Twitter

US-South Korea begin joint air drills amid rising tensions উত্তৰ কোৰিয়াৰ সৈতে উত্তেজনাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াই বৃহৎ বিমান অনুশীলন চলাইছে। দুয়োখন দেশে সোমবাৰে যৌথভাৱে অনুশীলনটো চলায়  আৰু কমেও ২৪০ খন যুঁজাৰু বিমানে ইয়াত অংশগ্ৰহণ কৰে।

এই অনুশীলন এনে এটা সময়ত কৰা হৈছে যেতিয়া উত্তৰ কোৰিয়াৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত সামৰিক উত্তেজনা দিনক দিনে বৃদ্ধি পাইছে। পাঁচদিনীয়া অনুশীলনটোৰ নাম দিয়া হৈছে ‘দ্য ভিজিলেণ্ট ষ্টৰ্ম’।

উত্তৰ কোৰিয়াই আন এটা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব পাৰে বুলি চলা আশংকাৰ মাজতে দুয়োখন দেশে এই অনুশীলন চলাইছে।

লগতে পঢ়ক: আপোনাৰ নামৰ কাষত আছে ব্লু টিক! এইবাৰ টকা বিচাৰিব পাৰে টুইটাৰে

পাঁচদিনীয়া এই অনুশীলন অহা শুকুৰবাৰলৈকে অব্যাহত থাকিব। প্ৰায় ১৪০ খন দক্ষিণ কোৰিয়াৰ যুঁজাৰু বিমান ইয়াত জড়িত হৈছে। ইয়াৰ ভিতৰত আছে আমেৰিকা নিৰ্মিত এফ-৩৫এ ষ্টিল্থ ফাইটাৰ, এফ-১৫কে আৰু কেএফ-১৬ যুঁজাৰু বিমান।

আনহাতে, আমেৰিকাই প্ৰায় ১০০ খন যুঁজাৰু বিমান প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে এফ-৩৫বি যুঁজাৰু বিমান, বৃহৎ সংখ্যক ওয়াৰফেয়াৰ, টেংকাৰ বিমান, উচ্চতাত চলিব পৰা যুঁজাৰু বিমান ইউ-২। অষ্ট্ৰেলিয়াৰ বিমানো ইয়াৰ সৈতে জড়িত হোৱাৰ কথা আছে। সেইবোৰক কেচি-৩০ এ টেংকাৰ পৰিবহনত নিয়োজিত কৰাৰ কথা।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ মতে দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই অনুশীলনৰ মাজত প্ৰায় ১,৬০০ অভিযান চলাব। আনহাতে, দক্ষিণ কোৰিয়াৰ বায়ু সেনাই কয় যে উত্তৰ কোৰিয়াৰ প্ৰৰোচনাৰ প্ৰতিক্ৰিয়াস্বৰূপে দুয়োপক্ষই অভিযান আৰু কৌশলগত সামৰ্থ্য বৃদ্ধি কৰিব।

লগতে পঢ়ক:মহাৰাষ্ট্ৰত শোকাৱহ দুৰ্ঘটনা: দ্ৰুতবেগী গাড়ীয়ে মহতিয়াই নিলে তীৰ্থযাত্ৰীক, সাতগৰাকীৰ মৃত্যু

এনেধৰণৰ অন্তিমটো অনুশীলন ২০১৫ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল।  তেতিয়া ইয়াক  ‘ভিজিলেণ্ট এইচ’ বুলি কোৱা হৈছিল। কিন্তু দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মুন জে-ইনৰ প্ৰশাসনে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিছিল। ফলস্বৰূপে ২০১৮ চনত অনুশীলনটো স্থগিত ৰখা হৈছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd