• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংস্কৃতিক সঞ্চালকালয়ৰ সোণালী জয়ন্তী বৰ্ষ: লোকগীত-নৃত্যৰে উখল মাখল কুমাৰ ভাস্কৰ নাট্য মন্দিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2022 8:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে গৰকিলে গৌৰৱজ্জ্বল সোণালী জয়ন্তী বৰ্ষ। ১৯৭১ চনৰ ১ নৱেম্বৰ তাৰিখে ঐতিহ্যমণ্ডিত এই বিভাগটোৱে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সাংস্কৃতিক উপ-শাখাৰ পৰা পৃথক হৈ এক স্বতন্ত্ৰৰীয় বিভাগ হিচাপে আত্মপ্ৰকাশ কৰি ২০২১ বৰ্ষত ৫০ টা বৰ্ষ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়।

এই উপলক্ষ্যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগ আৰু ইয়াৰ অধীনস্থ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়, গুৱাহাটী,  ড০ শোভা ব্ৰহ্ম মিউজিক এণ্ড ফাইন আৰ্টছ্ কলেজ, কোকৰাঝাৰ আৰু অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়, যোৰহাটৰ সহযোগত ঐতিহ্যমণ্ডিত সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আয়োজন কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ।

লগতে পঢ়ক: বন্ধ কৰি দিয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কোৱাৰ্টাৰলৈ পানী আৰু বিদ্যুৎ যোগান!

Apply Now

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটি উদ্বোধন কৰে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মিনাক্ষী নাথ দাসে। উদ্বোধনী ভাষণত সঞ্চালক নাথ দাসে সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বা‌ৰা হৈ যোৱা কৰ্মৰাজি সমূহ প্ৰযুক্তিৰ মাধ্যমত তথ্য তালিকা আৰু ডিজিটেলি সহজ উপলব্ধ কৰাৰ পোষকতা কৰে, লগতে আগন্তুক বছৰ বিলাকত এই বিভাগে এক বিশেষ সু-পৰিকল্পতি আঁচনিৰে অসমৰ চহকী কৃষ্টিক প্ৰণালীবদ্ধ ৰূপত আগুৱাই নিয়াৰ বাবে সকলোকে সংকল্পবদ্ধ হৈ কাম কৰিবলৈ আহ্বান জনায়।

বৃহস্পতিবাৰে কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ দৃশ্য।

আনহাতে, পদ্মশ্ৰী, অকাডেমীৰত্ম নৃত্যাচাৰ্য যতীন গোস্বামীয়ে নিজৰ ভাষণ প্ৰসংগত ‘ৰবীন্দ্ৰ ভৱনে অসমৰ সিচঁৰিত কৃষ্টিক চহকী সাংস্কৃতিক ভেটিলৈ ৰূপান্তৰিত কৰি মজবুত কৰিলে’ বুলি মন্তব্য কৰে। একেদৰে বিশিষ্ট নাট্যকাৰ তথা অকাডেমী বঁটাপ্ৰাপক দুলাল ৰয়ে নিজৰ ভাষণত কয় যে, ‘সাংস্কৃতিক সঞ্চালকালয়ে শ্ৰীমন্ত শংকদেৱ কলাক্ষেত্ৰ, শিল্পগ্ৰাম, সত্ৰীয়া কেন্দ্ৰ, ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয় আদি অনেক ধজ্জ্ৱাবাহী সাংস্কৃতিক অনুষ্ঠানক জন্ম দিয়াৰ লগতে ‘সত্ৰীয়া নাচ’ক ভাৰতীয় ধ্ৰুপদী নৃত্যৰ ৰূপত স্বীকৃতিক ক্ষেত্ৰত কাম কৰি সমগ্ৰ বিশ্বৰ সাংস্কৃতিক মানচিত্ৰত তুলি ধৰিলে’।

অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ,পৰিচালক অবিনাশ শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সদ্য অৱসৰী যুটীয়া সচিৱ অঞ্জলি নায়াৰে অতিথিৰূপে উপস্থিত থাকি ভাষণ ৰাখে। অনুষ্ঠানটিত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়, গুৱাহাটীৰ অধ্যক্ষ পণ্ডিত বিদ্যুৎ মিশ্ৰ, ড০ শোভা ব্ৰহ্ম মিউজিক এণ্ড ফাইন আৰ্টছ্ কলেজ, কোকৰাঝাৰ অধ্যক্ষ লাৰ্ডলী ব্ৰহ্ম, আৰু অসম সত্ৰীয়া মহাবিদ্যালয়, যোৰহাট অধ্যক্ষ সাৰংগপাণি বৰদলৈয়ে ‌অনুষ্ঠানটিত অংশ্ৰগ্ৰহণ কৰে।

লগতে পঢ়ক: আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; আৰক্ষী অধীক্ষকৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে উচ্চ ন্যায়ালয়ে

উল্লেখ্য যে, সোণালী জয়ন্তীৰ এই বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত ক্ৰমে তিনিওখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ক্ৰমে- গায়ন-বায়ন, ভক্তিসংগীত, বৰগীত, সত্ৰীয়ানৃত্য, বৰদৈচিলা নৃত্য, ঢাল থুঙৰী নৃত্য, বড়ো লোকগীত, কথক নৃত্য, ভায়লিন বাদন, সত্ৰীয়া বাহাৰ নাচ, বৃন্দ গান আদি মনোৰম সাংস্কৃতিক অনুষ্ঠানেৰে আপ্লুত কৰে উপস্থিত ৰাইজক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd