• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুজৰাটত বিজেপিয়ে বাদ দিলে ২০১৭ৰ আধা প্ৰাৰ্থীৰ নাম; বাদ পৰিল কেবিনেট মন্ত্ৰী, প্ৰথম মহিলা অধ্যক্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2022 9:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

BJP drops about half of 2017 candidates in Gujarat ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত বিজেপিয়ে ১৬০ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। তালিকাত বিজয় ৰূপানি মন্ত্ৰীসভাৰ ১১ জন মন্ত্ৰীকে ধৰি ৬৯ জন বৰ্তমানৰ বিধায়কক টিকট দিয়া হৈছে।

গুজৰাটত বিজেপিয়ে ৩৮ জন নতুন মুখক টিকট দিছে। তেওঁলোকৰ ভিতৰত পাটিদাৰ আন্দোলনৰ নেতা হাৰ্দিক পেটেল আৰু ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবাকো বিজেপিয়ে টিকট প্ৰদান কৰিছে।

লগতে পঢ়ক: জামিন আবেদন নাকচ; গ্ৰেপ্তাৰ গণধৰ্ষণত অভিযুক্ত আন্দামানৰ প্ৰাক্তন মুখ্য সচিব

Apply Now

তালিকাখনত কেবিনেটত নম্বৰ-২ হিচাপে বিবেচিত ৰাজেন্দ্ৰ ত্ৰিবেদী আৰু মোৰবিৰ বিধায়ক ব্ৰিজেশ মেৰজাই মোৰবি চাচপেনশ্বন দলঙৰ পতনৰ ফল ভুগিব লগা হৈছে। গুজৰাটৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ নীমা আচাৰ্যকো বিজেপিৰ এই প্ৰথম তালিকাত স্থান দিয়া হোৱা নাই। অৰ্থাৎ তেওঁলোকৰ টিকটো কাটি দিয়া হৈছে।

বিজেপিয়ে প্ৰকাশ কৰা প্ৰাৰ্থীৰ প্ৰথম তালিকাত যোৱা পাঁচ বছৰত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা ১৯ জন নেতাৰ নাম আছে।

ৰাজ্যিক বিজেপিৰ সভাপতি চি আৰ পাটিলে গুজৰাট নিৰ্বাচনত কেইবাজনো পুৰণি প্ৰাৰ্থীক টিকট প্ৰত্যাখ্যান কৰা প্ৰসংগত কয়, “যদিও বিজেপিয়ে ইয়াৰ মাত্ৰ ২০ জন বিধায়ককহে সলনি কৰে, কিন্তু গণতন্ত্ৰত পৰিৱৰ্তন প্ৰয়োজনীয়, অন্যথা ই স্থবিৰতাৰ সৃষ্টি কৰে। আমি বহু যুৱকক টিকট দিছো আৰু ৩৮ জন বিধায়কক সলনি কৰিছো, এই তালিকাখনে গুজৰাট বিজেপিত এক প্ৰজন্মগত পৰিৱৰ্তন দেখুৱাইছে।”

লগতে পঢ়ক: ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ; কাৰণটো কি?

বিজেপিৰ পুনৰাবৃত্তি নকৰা নীতিৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ দেখা গৈছে আহমেদাবাদত, য’ত ১৬ খন আসনৰ ভিতৰত ১৫ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত আছে মাত্ৰ দুজন বৰ্তমানৰ বিধায়ক আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল। ৱাটৱা আসনৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই।

ভাৰতীয় জনতা পাৰ্টীয়ে গুজৰাটৰ ৰাজকোটৰ চাৰিওখন আসনৰ বাবে নতুন প্ৰাৰ্থীক টিকট দিছে। একেদৰে বদোদৰাৰ ৫ খন নগৰীয়া আসনৰ ভিতৰত ৩ খনত প্ৰাৰ্থী সলনি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd