• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বয়স মাত্ৰ ২৩ বছৰ! আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ইতিহাস গঢ়িলে ভাৰতীয় বংশোদ্ভূত নাবিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2022 11:41 am
নাবিলা চৈয়দ।

নাবিলা চৈয়দ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Nabeela Syed scripts history তেওঁৰ বয়স মাত্ৰ ২৩ বছৰ। ইমান কম বয়সতে ভাৰতীয় বংশোদ্ভূত নাবিলা চৈয়দে চমক সৃষ্টি কৰিছে। এই যুৱতীগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনত তেওঁৰ ৰিপাব্লিকান প্ৰতিদ্বন্দীক পৰাস্ত কৰি ইতিহাস গঢ়িছে। তেওঁ ইলিনয় প্ৰদেশৰ আটাইতকৈ কনিষ্ঠতম জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে।

নাবিলা নিৰ্বাচিত হোৱা আসনখন দীৰ্ঘদিন ধৰি ৰিপাব্লিকানসকলৰ হাতত আছিল। নাবিলাই অহা জানুৱাৰীত আটাইতকৈ কনিষ্ঠতম জনপ্ৰতিনিধি হিচাপে শপত গ্ৰহণ কৰিব।

Apply Now

ভাৰতীয় বংশোদ্ভূত নাবিলাক জো বিডেনৰ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট দিয়া হৈছিল। তেওঁ ৫২.৩ শতাংশ ভোট লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। এই মুছলমান ছোৱালীজনীয়ে দীৰ্ঘদিন ধৰি ৰিপাব্লিকানসকলৰ হাতত থকা আসনখন আজুৰি আনিছে। স্বাভাৱিকতে ইতিহাস ৰচনা কৰি উৎসাহিত নাবিলা।

নাবিলাই টুইট কৰি লিখিছে, “মোৰ নাম নাবিলা চৈয়দ। এগৰাকী ২৩ বছৰীয়া ভাৰতীয়-আমেৰিকান মুছলমান মহিলা। আমি ৰিপাব্লিকানসকলৰ হাতত থকা এখন আসন জিকিছো। অহা জানুৱাৰীত ইলিনয় প্ৰদেশৰ আটাইতকৈ কনিষ্ঠ সদস্য হিচাপে শপত গ্ৰহণ কৰিবলৈ আগবাঢ়িছো।‘’ তেওঁ ৰিপাব্লিকান প্ৰাৰ্থী ক্ৰিছ বছক পৰাজিত কৰিছে।

কেৱল বয়সতে নহয়, প্ৰথম দক্ষিণ এছিয়াৰ ব্যক্তি হিচাপেও এই প্ৰদেশৰ আইনসভালৈ নিৰ্বাচিত হৈছে নাবিলা। নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁ ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্টত তেওঁৰ সহকৰ্মীসকলক ধন্যবাদ জনাইছে।

নাবিলাই কৈছে, “নিৰ্বাচনত থিয় হোৱাৰ পিছত মই প্ৰতিজন ভোটাৰৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিলো। একেদৰে, মই সকলোৰে ঘৰলৈ গৈ প্ৰচাৰ কৰিছিলো। কাইলৈৰ পৰা মই একেধৰণে সকলোৰে ঘৰলৈ যাম, মোক ভোট দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছো। মই মানুহৰ বাবে কাম কৰিবলৈ সাজু।”

নাবিলাই ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিভিন্ন সমাজ কল্যাণমূলক কামৰ সৈতেও জড়িত। তেওঁ বিশেষকৈ মুছলমান যুৱতীসকলক সমাজৰ নেতৃত্ব দিবলৈ প্ৰস্তুত কৰিব বিচাৰে।

My name is Nabeela Syed. I’m a 23-year old Muslim, Indian-American woman. We just flipped a Republican-held suburban district.

And in January, I’ll be the youngest member of the Illinois General Assembly.

— Nabeela Syed (@NabeelaforIL) November 9, 2022

দৰাচলতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনত ডেম’ক্ৰেট আৰু ৰিপাব্লিকানসকলৰ মাজত তীব্ৰ যুঁজ হৈছে। উচ্চ সদনত ৪৮ খন আসন লাভ কৰাৰ পিছতো নিম্ন সদনত ডেম’ক্ৰেটসকল যথেষ্ট চাপত আছে। এনে পৰিস্থিতিত বিডেনৰ দলটো প্ৰাদেশিক আইনসভাসমূহত নাবিলাৰ দৰে প্ৰাৰ্থীৰ বিজয়ক লৈ যথেষ্ট আশাবাদী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd