• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসহিষ্ণু! মছজিদ আকৃতিৰ হোৱাৰ বাবেই বাছ ষ্টেণ্ড বুলড’জাৰেৰে ভঙাৰ হুংকাৰ বিজেপি সাংসদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2022 3:45 pm
BJP MP threatens to bulldoze mosque-like bus stand
170
VIEWS
Share on FacebookShare on Twitter

দেশত সম্প্ৰতি সাম্প্ৰদায়িক বিদ্বেষৰ এক উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ব্যাপক ৰূপত চৰ্চা চলিছে। বিশেষকৈ হিন্দুত্ববাদৰ আধাৰত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ আশীৰ্বাদপুষ্ট হৈ এচাম উগ্ৰ ধৰ্মীয় মৌলবাদীয়ে দেশত সাম্প্ৰদায়িক অসহিষ্ণু পৰিৱেশৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰিছে সচেতন মহলে।

দেশৰ এনে চৰ্চিত অসহিষ্ণু পৰিৱেশৰ শেহতীয়া এক উদাহৰণ পোৱা গৈছে বিজেপি সাংসদ প্ৰতাপ সিমহাৰ মন্তব্যত। কৰ্ণাটকৰ এই সাংসদগৰাকীয়ে ৰাজ্যখনৰ মাইচুৰু-উটি ৰোডত থকা মছজিদ সদৃশ এটা বাছ ষ্টেণ্ড বুলড’জাৰেৰে ভাঙি পেলোৱাৰ হুংকাৰ দিছে।

কেৱল মাত্ৰ মছজিদৰ আকৃতিৰে নিৰ্মাণ কৰাৰ বাবেই প্ৰতাপ সিমহাই এই বাছ ষ্টেণ্ডটো বুলড’জাৰেৰে ধ্বংস কৰাৰ ভাবুকি দিছে।

সাংসদ সিমহাই কয়, “মই এই বাছ ষ্টেণ্ডটো ছ’চিয়েল মিডিয়াত দেখিছো। বাছ ষ্টেণ্ডটোত দুটা গম্বুজ আছে। ষ্টেণ্ডৰ মাজত এটা ডাঙৰ আৰু তাৰ কাষত এটা সৰু গম্বুজ আছে। সেয়া কেৱল এটা মছজিদহে হ’ব পাৰে।”

“মই অভিযন্তাসকলক তিনি-চাৰি দিনৰ ভিতৰত এই বাছ ষ্টেণ্ডটো ভাঙিবলৈ নিৰ্দেশ দিছো। যদি তেওঁলোকে এই নিৰ্দেশ পালন নকৰে, মই নিজেই এখন জেচিবি লৈ এই ষ্টেণ্ডটো ধ্বংস কৰিম।”

বিজেপি সাংসদগৰাকীৰ এই মন্তব্যই সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৈছে। ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছে সাংসদ সিমহাৰ এই মন্তব্যক সমালোচনা কৰিছে।

কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী চেলিম আহমেদে এক বিবৃতিত এয়া মাইচুৰৰ সাংসদ সিমহাৰ মূৰ্খতাপূৰ্ণ মন্তব্য বুলি অভিহিত কৰিছে। সাংসদ সিমহাই গম্বুজ থকা চৰকাৰী কাৰ্যালয়বোৰো ভাঙি পেলাব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আহমেদে।

Recent News

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd