• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এছ এফ আই নেতাৰ পিতৃক হত্যাৰ ন বছৰ পুৰণি গোচৰত ১১ গৰাকী আৰ এছ এছ কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2022 10:08 pm
RSS Workers Convicted In Murder Case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন বছৰ পূৰ্বে, ২০১৩ চনত কেৰালাৰ তিৰুৱন্তপুৰমৰ আনাভুৰত বাঁওপন্থী ছাত্ৰ সংগঠন এছ এফ আই- ৰ এগৰাকী নেতাৰ পিতৃক হত্যাৰ অভিযোগত অভিযুক্ত এঘাৰ গৰাকী আৰ এছ এছ কৰ্মীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে কেৰালাৰ সত্ৰ আদালতে।

নিয়াট্টিঙ্কাৰা অতিৰিক্ত সত্ৰ আদালতে আজি নাৰায়ণন নায়াৰ নামৰ ব্যক্তিগৰাকীক তেওঁৰ পৰিয়ালৰ সন্মুখতে হত্যা কৰাৰ ন বছৰ পিছত অভিযুক্ত সকলক দোষী সাব্যস্ত কৰি এই শাস্তি ঘোষণা কৰিছে।

Apply Now

উল্লেখ্য যে নিহত নাৰায়ণন নায়াৰৰ পুত্ৰ শিৱ প্ৰসাদ সেই সময়ত চিপিএম- ৰ ছাত্ৰ শাখা ষ্টুডেণ্টছ ফেডাৰেচন অফ ইণ্ডিয়া, চমুকৈ এছ এফ আই- ৰ ক্ষেত্ৰ সম্পাদক আছিল।

২০১৩ চনৰ ৫ নৱেম্বৰত শিৱ প্ৰসাদক হত্যা কৰাৰ উদ্দেশ্যৰে সশস্ত্ৰ লোকৰ এটা দলে নাৰায়ণন নায়াৰৰ ঘৰত প্ৰৱেশ কৰিছিল। দলটোক নাৰায়ণন নায়াৰে বাধা দিয়াৰ বাবে তেওঁৰ পত্নী আৰু দুই পুত্ৰৰ সন্মুখত হত্যা কৰা হৈছিল।

এই নৃশংস ঘটনাটোত শিৱ প্ৰসাদ আৰু তেওঁৰ ভাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। অঞ্চলটোত পূৰ্বৰ ৰাজনৈতিক সংঘৰ্ষৰ প্ৰতিশোধ স্বৰূপে এই আক্ৰমণ সংঘটিত হৈছিল বুলি আৰক্ষীৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।

আজি আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা অভিযুক্ত লোকসকল হৈছে ভেল্লামকোলি ৰাজেশ (৪৭), আৰ এছ এছ প্ৰচাৰক অনিল (৩২), প্ৰেম কুমাৰ (৩৬), প্ৰসাদ কুমাৰ (৩৫), গিৰিশ কুমাৰ (৪১), অৰুণ কুমাৰ (৪৬), বৈজু (৪২), সজিকুমাৰ (৪৩), অজয়ন (৩৩), বিনু (৪৩), গিৰিছ (৪৩)।

আশ্চৰ্যজনকভাৱে আজি শুনানিৰ সময়ত আটাইকেইগৰাকী অভিযুক্ত একে ধৰণৰ কাপোৰ পিন্ধি আৰু একে ধৰণৰ হেয়াৰষ্টাইলেৰে আদালতত উপস্থিত হৈছিল।

সাক্ষীসকলক বিভ্ৰান্ত কৰিবলৈ আনকি চুলি নথকা কেইগৰাকীমান অভিযুক্তই একে ধৰণৰ চুলিৰ উইগ পৰিধান কৰি আহিছিল। অৱশ্যে সাক্ষীসকলে আটাইকেইগৰাকী অভিযুক্তকে চিনাক্ত কৰাৰ পাছত আদালতে শাস্তি ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd