• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয় লাখ লাখ কোটি কোটি টকা বিলাই দিছে বিশ্বৰ অন্যতম ধনী ব্যক্তি জেফ বেজোছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2022 2:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান পৃথিৱীৰ অন্যতম ধনী ব্যক্তি তেওঁ। হঠাতে কি কোনো উদাসীনতাই আহি তেওঁক গ্ৰাস কৰিছে নেকি? নে বিবাহ বিচ্ছেদৰ পিছত মনত জাগি উঠা কোনো নিস্পৃহতা বা অনাসক্তিয়ে ইয়াৰ কাৰণ? সেয়া যদি নহয়, তেন্তে তেওঁ কিয় ইমান টকা বিলাই দিয়াৰ সিদ্ধান্ত ল’লে? শুনিবলৈ আচৰিত লাগিলেও কিন্তু ঘটনা এয়া প্ৰায় সেইটোৱেই।

এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কৈছে যে তেওঁ তেওঁৰ জীৱনকালত তেওঁৰ ১২৪ বিলিয়ন ডলাৰৰ (ভাৰতীয় মুদ্ৰাত ১০,০০০ কোটি টকাৰ অধিক) বৃহৎ সম্পত্তিৰ বেছিভাগ বিভিন্ন সংগঠনক দান কৰিব। এই অনুদানবোৰৰ বেছিভাগেই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত যাব। বৰ্তমান ইজিপ্তত এখন জলবায়ু সন্মিলন চলি আছে। এই আন্তৰ্জাতিক সন্মিলন প্ৰায় ১১ দিন ধৰি চলি আছে। সেই সময়তে জেফৰ ঘোষণাটো নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ।

লগতে পঢ়ক: ইছলামিক আইনেৰে পৰিচালিত হ’ব আফগানিস্তান: সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ সৰ্বোচ্চ নেতা আখুন্দজাদাৰ

Apply Now

উল্লেখ্য যে বেজোছৰ প্ৰাক্তন পত্নী মেকেঞ্জি স্কটে ২০২০ চনত দাতব্য প্ৰতিষ্ঠানসমূহক ৫৮ লাখ ডলাৰৰো অধিক দান কৰিছিল। সেই বছৰতে তেওঁক বিশ্বৰ সৰ্ববৃহৎ দাতা হিচাপে মনোনীত কৰা হয়। ২০২১ চনত তেওঁ আৰু ২৭ লাখ ডলাৰ দান কৰিছিল। জেফ বেজোছে স্কটৰ সৈতে বিবাহ বিচ্ছেদত যথেষ্ট সম্পত্তি হেৰুৱাইছে। তেওঁলোকৰ বিয়াখন সৰ্বকালৰ আটাইতকৈ ব্যয়বহুল আছিল। জনা মতে এই বিবাহ বিচ্ছেদৰ আগতে জেফ বেজোছৰ মুঠ সম্পত্তি আছিল প্ৰায় ১৬ হাজাৰ কোটি মাৰ্কিন ডলাৰ। বিচ্ছেদৰ পিছত ই প্ৰায় ১২ হাজাৰ কোটি মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছিল!

পৃথিৱীৰ প্ৰাক্তন সৰ্বোচ্চ ধনী ব্যক্তিজনক সোধা হৈছিল যে তেওঁ তেওঁৰ সম্পত্তি দান কৰিব বিচাৰে নেকি? বেজোছে কৈছিল যে হয়, কিন্তু টকাবোৰ ক’লৈ যাব সেয়া সিদ্ধান্ত লোৱা সহজ নহয়। কিন্তু কঠিন যদিও তেওঁ ইয়াক কেনেদৰে বিতৰণ কৰিব লাগে সেইটো বিচাৰি উলিয়াব।

লগতে পঢ়ক: এইবাৰ গাজিয়াবাদ: প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে হত্যা কৰি পুতি থলে স্বামীৰ মৃতদেহ

জেফে ৱাশ্বিংটন ডি.চি.-ত থকা তেওঁৰ ঘৰত সাক্ষাৎকাৰটো দিছিল। জেফে কৈছিল যে এমাজন গঢ়ি তোলাটো ইমান সহজ নাছিল। ইয়াৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লগা হৈছিল। এতিয়া আমি লাহে লাহে উপলব্ধি কৰিছোঁ যে টকা বিলাই দিয়াটোও সমানে কঠিন কাম। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd