• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টেবুল টেনিছত অভিলেখ মণিকাৰ; প্ৰথম ভাৰতীয় মহিলা হিচাপে গঢ়িলে ইতিহাস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2022 10:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাই এছিয়ান কাপ টেবুল টেনিছত ইতিহাস সৃষ্টি কৰিছে। তেওঁ ছেমি ফাইনেলত পৰাজিত হয়। কিন্তু মণিকাই ব্ৰঞ্জৰ পদক জিকি ভাৰতীয় টেবুল টেনিছত এক নতুন অভিলেখ গঢ়িছে। তেওঁ হৈ পৰিল এছিয়ান কাপত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা টিটি খেলুৱৈ।          

শনিবাৰে ব্ৰঞ্জৰ পদকৰ খেলখনত ভাৰতৰ তাৰকা পেডেলাৰে বিশ্বৰ ৬ নম্বৰ হিনা হায়াতাক ৪-২ গ’লত পৰাস্ত কৰে। এছিয়ান কাপত পদক জয় কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা। তেওঁ চেতন বাবুৰৰ পিছত এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয় ভাৰতীয়।

মণিকাৰ আগতে প্ৰাক্তন খেলুৱৈ চেতন বাবুৰ টেবুল টেনিছত এছিয়ান কাপৰ পুৰুষৰ ছিংগলছত পদক জয় কৰা একমাত্ৰ ভাৰতীয় আছিল। তেওঁ ১৯৯৭ চনত ৰূপ আৰু ২০০০ চনত ব্ৰঞ্জ জিকিছিল।

Apply Now

Always happy to achieve new milestones for my country 🇮🇳 pic.twitter.com/UNW4hScvf9

— Manika Batra (@manikabatra_TT) November 20, 2022

মণিকা বাত্ৰাই শনিবাৰে এছিয়ান কাপত মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক জিকিছিল আৰু চেতনৰ সৈতে একেখন তালিকাত প্ৰৱেশ কৰিছিল।  

মণিকাই শুকুৰবাৰে ছেমি ফাইনেলত উপনীত হৈয়েই এক অভিলেখ গঢ়িছিল। ফাইনেলত উপনীত হ’লে তেওঁ এটা অনন্য ইতিহাস গঢ়িব পাৰিলেহেঁতেন। কিন্তু ছেমি ফাইনেলত তেওঁ দ্বিতীয় শ্ৰেণীৰ মিমা ইটোৰ হাতত ২-৪ ব্যৱধানত পৰাস্ত হয়। কিন্তু পদক জিকাৰ আৰু এটা সুযোগ আছিল। শনিবাৰে তেওঁ ব্ৰঞ্জৰ পদকৰ মেচখনত হিনাৰ বিৰুদ্ধে খেলি পদক আঁজুৰি আনে।

I am so so happy winning bronze medal in this Asian cup. Defeating the Top players was challenging and I'm proud of my victory.
It was so wonderful playing and competing against them.

I will continue this hard work and will give my best in future tournaments as well…
1/1 pic.twitter.com/Lfb8gk7BfF

— Manika Batra (@manikabatra_TT) November 19, 2022

অভিলেখ গঢ়াৰ পিছত মণিকাই কয়, “মোৰ বাবে এই বিজয় এক বৃহৎ সাফল্য। শ্ৰেষ্ঠ খেলুৱৈসকলক পৰাস্ত কৰি ছেমি ফাইনেলত উপনীত হৈছিলো। মই সকলোৰে বিৰুদ্ধে যুঁজিবলৈ চেষ্টা কৰিছিলো। মই ভৱিষ্যতে এনে প্ৰতিযোগিতাত আৰু ভাল কৰিবলৈ চেষ্টা কৰিম।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd