• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই হ’ব পাৰিব কোটিপতি! মাহিলী লাভ কৰিব ৩৫,০০০ টকাৰ পেঞ্চনো, কেনেকৈ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 21, 2022 8:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে প্ৰদান কৰা সুবিধাসমূহ যদি আমি যথাযথ ভাবে গ্ৰহণ কৰিব পাৰো তেন্তে নিঃসন্দেহে সময়ত উপকৃত হ’ব পাৰিম। তেনে এক আঁচনিয়েই হৈছে নেচনেল পেঞ্চন চিষ্টেম (এনপিএছ)। এই আঁচনিত মাহিলী ৪০০০ টকাকৈ বিনিয়োগ কৰি প্ৰতিমাহে ৩৫ হাজাৰকৈ টকা পেঞ্চন হিচাবে লাভ কৰাৰ সিবিধা থকাৰ লগতে এককালীন ভাবে ১ কোটিৰো অধিক ধন লাভ কৰিব পৰা যায়। 

এনে বহু উপায় আছে, যিবোৰৰ জড়িয়তে ভৱিষ্যতৰ আৰ্থিক সুৰক্ষাৰ কথা চিন্তা কৰিব পাৰি। তাৰে কিছুমান হৈছে ফিক্সড ডিপজিট, পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (পিপিএফ) আৰু নেচনেল পেঞ্চন চিষ্টেম (এনপিএছ) আদি। এন.পি.এছ. হৈছে গ্ৰাহকসকলক পৰিকল্পিত সঞ্চয়ৰ ক্ষেত্ৰত এক নিৰ্ধাৰিত অৱদান আগবঢ়োৱাৰ বাবে নিৰ্ধাৰিত এক স্বেচ্ছামূলক অৱসৰ সঞ্চয় আঁচনি ।

Apply Now

এই আঁচনিৰ দ্বাৰা ভৱিষ্যতে পেঞ্চন লাভ কৰিব পৰা যায়। ভাৰতৰ প্ৰতিজন নাগৰিকক পৰ্যাপ্ত অৱসৰৰ উপাৰ্জন প্ৰদান কৰাত এই আঁচনি বহু বেছি পৰিমাণে কাৰ্যকৰী। যদি আপুনি ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী, তেন্তে আপুনি যিমান সম্ভৱ সোনকালে এই আঁচনিত বিনিয়োগ আৰম্ভ কৰিব পাৰে। যদি আপুনোনাৰ বয়স ২৬ বথৰ তেন্তে এনপিএছত ২৬ বছৰ বয়সৰ পৰা প্ৰতি মাহে ৪০০০ টকা বিনিয়োগ কৰা আৰম্ভ কৰিলে আৰু ৬০ বছৰ বয়সলৈকে বিনিয়োগ অব্যাহত ৰাখিলে আপুনি মাহিলী পেঞ্চন হিচাপে ৩৫,০০০ টকাৰো অধিক উপাৰ্জন কৰিব পাৰিব।

এই গণনাটো সূতৰ হাৰ ১১ শতাংশহিচাবে ধৰি কৰা হয়। সেয়েহে, যদি আপুনি ২৬ বছৰ বয়সত বিনিয়োগ আৰম্ভ কৰে, আপুনি ৬০ বছৰ বয়সত উপনীত হ’লে আপোনাৰ মুঠ বিনিয়োগ হ’ব ১৬,৩২,০০০ টকা। সেই মুহূৰ্তত আপোনাৰ মুঠ পুঁজি হ’ব ১,৭৭,৮৪,৮৮৬ টকা।

আপুনি মাত্ৰ ১৬,৩২,০০০ টকা বিনিয়োগ কৰি প্ৰায় ২ কোটি টকাৰ গৰাকী হ’ব পাৰিব। আপুনি লাভ কৰিব লগা মুঠ ধনৰ পৰিমাণ হ’ব ১,০৬,৭০,৯৩২ টকা আৰু মাহিলী পেঞ্চন হ’ব প্ৰায় ৩৫,৫৭০ টকা। আপুনি আপোনাৰ ৬১ বছৰ বয়সৰ পৰাই প্ৰতি মাহে প্ৰায় ৩৫,০০০ টকা পেঞ্চন লাভ কৰাৰ লগতে এক কোটি টকাৰো অধিক ধন এককালীন ভাবে লাভ কৰিবলৈ সক্ষম হ’ব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd