• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘লিংগ নিৰপেক্ষ কৰি তোলক বিশেষ বিবাহ আইন’: উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল সমকামী দম্পতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2022 5:45 pm
Special Marriage Act
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ‘বিশেষ বিবাহ আইন’খন লিংগ নিৰপেক্ষ কৰি তোলাৰ দাবী জনাইছে দুই সমকামী পুৰুষে। তেওঁলোকে এলজিবিটিকিউ+ সম্প্ৰদায়ৰ বাবে সমলিংগ বিবাহৰ অনুমতি দিবলৈ উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত এক আবেদন দাখিল কৰিছে।

দম্পতীহালে আবেদনখনত কয় যে তেওঁলোকৰো নিজৰ পছন্দৰ যিকোনো ব্যক্তিৰে বিবাহ হোৱাৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰ আছে। সেয়ে তেওঁলোকে বিবাহৰ দৰে পাৰিবাৰিক অনুষ্ঠানৰ বাবে ধৰ্মনিৰপেক্ষ আইন পোষকতা কৰে।

Apply Now

সেয়ে দম্পতীহালে বিশেষ বিবাহ আইনখনক লিংগ বা যৌন ভিত্তিক সকলোধৰণৰ বাধা আঁতৰাই লিংগ নিৰপেক্ষ কৰি তোলাৰ দাবী জনাইছে। আবেদনখনত উল্লেখ কৰা হৈছে যে আইনখনৰ ৪ নং ধাৰাত যিকোনো দুজন ব্যক্তিক বিবাহৰ অনুমতি দিয়া হৈছে যদিও পিছৰ নিয়মটোৱে ইয়াক কেৱল পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত সীমাবদ্ধ কৰি ৰাখিছে।

ধাৰা ৪(গ)ত ‘পুৰুষ’ আৰু ‘মহিলা’ শব্দৰ ব্যৱহাৰৰ লগতে আইনখনৰ অন্যান্য ধাৰাত লিংগ সম্পৰ্কীয় ভাষা যেনে ‘স্বামী/পত্নী’ আৰু ‘দৰা/কইনা’ৰ ব্যৱহাৰ, হৈছে। এইদৰে আইনখন ‘এজন পুৰুষ’ আৰু ‘এগৰাকী নাৰী’ৰ যোৰাৰ মাজতে সীমিত কৰি ৰখা হৈছে।

আবেদনখনত লগতে কোৱা হৈছে যে নিজৰ পছন্দৰ ব্যক্তিজনৰ সৈতে জীয়াই থকাৰ অধিকাৰ হৈছে ভাৰতৰ সংবিধানৰ অধীনত প্ৰতিজন ‘ব্যক্তি’ৰ বাবে নিশ্চিত কৰা এক মৌলিক অধিকাৰ।

“কিন্তু এই দেশত বিবাহৰ নামৰ অনুষ্ঠানটোক নিয়ন্ত্ৰণ কৰা এই আইনখনে বৰ্তমান এলজিবিটিকিউ+ সম্প্ৰদায়ৰ সদস্যসকলক নিজৰ পছন্দৰ ব্যক্তিজনৰ সৈতে থাকিবলৈ অনুমতি দিয়া নাই আৰু ইয়াৰ দ্বাৰা সংবিধানৰ তৃতীয় অনুচ্ছেদৰ অধীনত নিশ্চিত কৰা মৌলিক অধিকাৰ উলংঘা কৰা হৈছে, য’ত ১৪, ১৫, ১৯(১)(ক) আৰু ২১ অনুচ্ছেদ অন্তৰ্ভুক্ত হৈ আছে।”- আবেদনখনত লগতে কোৱা হয়।

উল্লেখ্য যে পাৰ্থ ফিৰোজ মেহৰোত্ৰা আৰু উদয়ৰাজ আনন্দ নামৰ সমকামী পুৰুষে বিগত ১৭ বছৰ ধৰি একেলগে আছে। তেওঁলোকে দুটাকৈ সন্তানো তুলি লৈছে।

সেয়ে তেওঁলোকে দাবী কৰিছে যে বৰ্তমান তেওঁলোকে দুটা সন্তানক একেলগে ডাঙৰ-দীঘল কৰি আছে, কিন্তু তেওঁলোকে আইনগতভাৱে নিজৰ বিবাহ সম্পন্ন কৰিব নোৱাৰাৰ ফলত নিজৰ দুটা সন্তানক অভিভাৱকত্ব লাভৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে আইনী জটিলতাৰ সন্মুখীন হৈছে।

দম্পতীহালৰ মতে সমকামীসকলৰ মৰ্যাদাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ আছে। আইন সকলোৰে বাবে সমান আৰু আইনে কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সমাজত জীয়াই থকাৰ অধিকাৰো প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd