• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলৰ মুৰব্বী আবু আল-হাছানৰ মৃত্যুৰ ঘোষণা ইছলামিক ষ্টেটৰ; কোন হ’ল নতুন নেতা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2022 3:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইছলামিক ষ্টেট সন্ত্ৰাসবাদী দলৰ সদস্যসকলে মাজে মাজে ইৰাক আৰু চিৰিয়াত আক্ৰমণ চলায়। আই এছ গোটে পৃথিৱীৰ বিভিন্ন দেশত ইয়াৰ শাখা সংগঠনো স্থাপন কৰিছে। আইএছ বা ইয়াৰ সহযোগী সকলে পৃথিৱীৰ বহুতো দেশত সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰে। এনে কট্টৰ দলটোৰ নেতাজনৰ মৃত্যুৰ কথা ঘোষণা কৰা হৈছে। যুদ্ধত ইছলামিক ষ্টেট উগ্ৰপন্থী গোটৰ মুৰব্বী আবু হাছান আল-হাছিমি আল-কুৰাছি নিহত হোৱা বুলি কোৱা হৈছে। লগতে তেওঁৰ উত্তৰাধিকাৰীৰ নামো ঘোষণা কৰা হৈছে।

বুধবাৰে এক সংবাদ সংস্থাই প্ৰকাশ কৰে, “হাছিমী আল্লাৰ শত্ৰুৰ বিৰুদ্ধে যুদ্ধত নিহত হৈছে।” অৱশ্যে, কেতিয়া আৰু কি পৰিস্থিতিত হাছিমীৰ মৃত্যু হৈছে তাৰ সৱিশেষ জনা নাযায়। আইএছে বুধবাৰৰ দিনটোতে এটা অডিঅ’ বাৰ্তা মুকলি কৰিছে। বাৰ্তাটোত উগ্ৰপন্থী দলটোৰ মুৰব্বী হাছিমীৰ মৃত্যুৰ খবৰ দিয়া হৈছে। আবু আল-হুছেইন আল-হুছাইনি আল-কুৰাছিয়ে আই এছ গোটৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে।

লগতে পঢ়ক: সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু

Apply Now

উল্লেখ্য যে হাছিমীক যোৱা মে’ মাহত তুৰস্কত গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, গ্ৰেপ্তাৰ কৰা ব্যক্তিজন আইএছৰ মুৰব্বী হাছিমী আছিল নে নাই তাক লৈ যথেষ্ট অস্পষ্টতা আছিল। এই বছৰৰ আৰম্ভণিতে উত্তৰ চিৰিয়াৰ ইদলিব প্ৰদেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণত আই এছ গোটৰ প্ৰাক্তন মুৰব্বী আবু ইব্ৰাহিম আল-কুৰাছি নিহত হৈছিল। তেওঁৰ পূৰ্বসূৰী আবু বকৰ আল-বাগদাদীকো ২০১৯ চনৰ অক্টোবৰত ইদলিবত হত্যা কৰা হৈছিল।

মন কৰিকৰিব লগীয়া যে ‘কুৰাছি’ সম্প্ৰদায়ক হজৰত মহম্মদৰ বংশৰ এটা গোত্ৰ বুলি গণ্য কৰা হয়। এইকাৰণেই আইএছ গোটৰ মুৰব্বীসকলে নিজকে হজৰত মহম্মদৰ বংশধৰ বুলি দাবী কৰে।

লগতে পঢ়ক: মুম্বাইৰ ৰাজপথত দক্ষিণ কোৰিয়াৰ মহিলা ইউটিউবাৰক অশালীন আচৰণ দুৰ্বৃত্তৰ: দুই অভিযুক্তক গ্ৰেপ্তাৰ

২০১৪ চনত সন্ত্ৰাসবাদী দলটোৰ ইৰাক আৰু চিৰিয়াত আকস্মিকভাৱে আৱিৰ্ভাৱ ঘটিছিল। তেওঁলোকে দুয়োখন দেশৰ এক বৃহৎ এলেকা তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিছিল। অৱশ্যে, সেই আধিপাত্য বেছি দিন স্থায়ী নহ’ল। ২০১৭ চনত ইৰাকত নাটো, ৰাছিয়ান বাহিনী আৰু স্থানীয় প্ৰতিৰোধ বাহিনীৰ যৌথ আক্ৰমণৰ বিৰুদ্ধে আৰু দুবছৰ পিছত চিৰিয়াত আইএছ পৰাজিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am
ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am
ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ বিৰোধিতা কৃষকসকলৰ; আজি দিল্লীত ৫৫০টা সংগঠনৰ মহাপঞ্চায়ত

July 21, 2026 8:38 am
ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

ইউক্ৰেইনৰ বন্দৰত জাহাজত ভয়ংকৰ আক্ৰমণ! ৪ ভাৰতীয়ৰ মৃত্যু, নতুন দিল্লীৰ তীব্ৰ গৰিহণা

July 21, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am
ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd