• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰেছিডেন্সিয়েল কাপ বেছবল প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত-নেপাল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2018 8:34 am
india-pakistan-baseball

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰেছিডেন্সিয়েল কাপ বেছবল টুৰ্ণামেণ্টৰ ফাইনেলত আজি সমুখ সমৰত নামিব ভাৰত আৰু নেপাল। বৃহস্পতিবাৰে অনুষ্ঠিত এখন মেচত ভাৰতে বাংলাদেশক ৩০-১ৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাৰ আৰম্ভণি মেচত নেপালক ২৫-৪ আৰু দ্বিতীয় মেচত ভাৰত ’এ’ দলক ২০-০ ব্যৱধানত পৰাস্ত কৰি সুন্দৰ আৰম্ভণি কৰে। ইফালে বৃহস্পতিবাৰে অনুষ্ঠিত এখন মেচত নেপালে ভাৰত ’এ’ দলক ১৫-১০ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

Apply Now

বিশ্বৰ কেইবাখনো দেশৰ আগশাৰীৰ দলৰ অনুপস্থিতিত আয়োজক ভাৰতে দুটা দলেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ভাৰতৰ মূল দলটোৱে এই পৰ্যন্ত কোনো এখন মেচতে পৰাস্ত হোৱা নাই।

লক্ষণীয়ভাৱে এই আন্তঃৰাষ্ট্ৰীয় বেছবল টুৰ্ণামেণ্টখনত ৰাষ্ট্ৰীয় দলৰ হৈ অসম আৰক্ষীৰ চাৰিগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে ৰাষ্ট্ৰীয় মূল দলৰ হৈ কমাণ্ডো বেটেলিয়নৰ প্ৰফুল্ল গগৈয়ে খেলাৰ উপৰি চতুৰ্থ অসম আৰক্ষীবাহিনীৰ সঞ্জয় কলিতা, হেমন্ত কুমাৰ নাথ আৰু মনোজ দাসে প্ৰতিযোগিতাখনত ৰাষ্ট্ৰীয় ‘এ’ দলক প্ৰতিনিধিত্ব কৰে। অসমৰ আনগৰাকী খেলুৱৈ দুলীয়াজানৰ ৰবি কুমাৰ সিঙেয়ো ৰাষ্ট্ৰীয় মূল দলত খেলাৰ সুযোগ লাভ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান  কি পৰিস্থিতি?

ছিকিমৰ টানেলত ভূমিস্খলনত ৭ জনৰ মৃত্যু; এতিয়াও সুৰংগত আবদ্ধ হৈ আছে একাধিক, বৰ্তমান কি পৰিস্থিতি?

July 21, 2026 9:22 am
ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ ওপৰত একেৰাহে দশম নিশা আমেৰিকাৰ আক্ৰমণ! মিত্ৰৰাষ্ট্ৰত আক্ৰমণৰ পিছত ট্ৰাম্পৰ কঠোৰ সকীয়নি

July 21, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

ভিৰৰ অনুমানেই নাছিল দিল্লী আৰক্ষীৰ, চোৰাংচোৱা ব্যৰ্থতাত ক্ষুব্ধ চৰকাৰ; উঠিল মোডীৰ পদত্যাগৰো দাবী

July 21, 2026 10:37 am
দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

দিল্লীত সংসদ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ! আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষ, ৭০ জনক আটক

July 21, 2026 9:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd