• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2022 10:50 am
Himachal Pradesh assembly election results
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগবাঢ়িছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৰাজ্যখনৰ পৰম্পৰাগত ৰাজনৈতিক গতিবিধিৰ দৰেই এইবাৰো এতিয়ালৈকে প্ৰায় নিৰ্বাচনী যুঁজ চলিছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত। যোৱা প্ৰায় চাৰিটা দশক ধৰি হিমাচল প্ৰদেশত কোনো এখন শাসকীয় চৰকাৰে পুনৰ শাসনৰ গাদীলৈ ঘূৰি আহিব পৰা নাই।

এই ৰাজনৈতিক পৰম্পৰা অনুসৰিয়েই এইবাৰ বৰ্তমানৰ বিজেপি দলৰ চৰকাৰক উৎখাত কৰি ক্ষমতা পুনৰুদ্ধাৰৰ যুঁজত নামি পৰিছে কংগ্ৰেছ। চলি থকা ভোটগণনাত তুমুল প্ৰতিদ্বন্দিতাৰে দুয়োটা দলেই অগা-পিছাকৈ আগবাঢ়িছে চৰকাৰ গঠনৰ দিশত।

Apply Now

চলি থকা কোনো এখন চৰকাৰক ক্ষমতালৈ ঘূৰাই নিদিলে। ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে প্ৰাৰম্ভিক ধাৰাসমূহে ইংগিত দিয়ে যে পাহাৰীয়া ৰাজ্যখনত শাসকীয় দল বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত হোৱা যুঁজখনেই সাৱধান।

মুঠ ৬৮টা সমষ্টিৰ হিমাচল বিধানসভাত এতিয়ালৈকে ৩৩ টা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ। বৰ্তমানৰ শাসকীয় বিজেপি ৩০ খন আসনত আগবাঢ়ি আছে এতিয়ালৈকে হোৱা ভোটগণনাত। আনহাতে ৫ খন আসনত আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী।

ৰাজ্যখনৰ ৰাজনীতিত প্ৰথমবাৰৰ প্ৰৱেশ ঘটোৱা আম আদমী পাৰ্টিয়ে বিজেপি-কংগ্ৰেছৰ যুঁজক ত্ৰিকোণীয়া নিৰ্বাচনী যুঁজত পৰিণত কৰিব বুলি আশা কৰা হৈছিল যদিও এতিয়ালৈকে এখনো আসনত গতি ল’ব পৰা নাই দলটোৱে।

উল্লেখ্য যে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৪খন আসন লাভ কৰি চৰকাৰ গঠন কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ২১ খন আসন। এইবাৰ এগজিট প’লত কংগ্ৰেছে ৩০ ৰ পৰা ৪০ খন আসন দখল কৰিব বুলি সম্ভাৱনীয়তা প্ৰকাশ কৰা হৈছিল।

যদি এইদৰেই নিৰ্বাচনী যুঁজ অব্যাহত থাকে ৰাজ্যখনত পূৰ্বৰ পৰম্পৰাগত ৰাজনৈতিক গতিবিধিৰ দৰেই কংগ্ৰেছ শাসনলৈ উভতি অহাৰ সম্ভাৱনা আছে। অৱশ্যে পিছে পিছে গৈ থকা বিজেপিয়ে কংগ্ৰেছক পিছলৈ ঠেলি পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে।

আনহাতে যদি কোনো দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, চৰকাৰ গঠনৰ দিশত নিৰ্ণায়ক হৈ উঠিব নিৰ্দলীয় প্ৰাৰ্থীসকল। এনে পৰিস্থিতিত বিজেপিৰ ফালে ভাগ্যৰ ওজন অধিক থকা বুলি ক’ব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd