• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউক্ৰেইনলৈ সামৰিক সাহাৰ্য্য : পেট্ৰিয়াট মিছাইলৰ বেটাৰী পঠাব যুক্তৰাষ্ট্ৰই

আমেৰিকাৰ সেনাই পেট্ৰিয়াট মিছাইল ব্যৱস্থাক তেওঁলোকৰ দেশৰ ‘আটাইতকৈ উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা’ বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 4:48 pm
FILE - In this Nov. 8, 2017 photo provided by the U.S. Department of Defense, German soldiers assigned to Surface Air and Missile Defense Wing 1, fire the Patriot weapons system at the NATO Missile Firing Installation, in Chania, Greece. The Pentagon says the U.S. will move a Patriot missile battery into the Middle East region to counter threats from Iran. The department provided no details, but a defense official says the move comes after intelligence showed that the Iranians have loaded military equipment and missiles onto small boats. (Sebastian Apel/U.S. Department of Defense, via AP)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেন্টাগনে কিয়েভ অভিমুখী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবলৈ ইউক্ৰেইনলৈ পেট্ৰিয়াট ক্ষেপণাস্ত্ৰৰ বেটাৰী প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। মঙলবাৰে আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই খবৰ।

আমেৰিকাৰ প্ৰশাসনিক বিষয়াসকলে নিউয়ৰ্ক টাইমছ আৰু চিএনএনক জনোৱা মতে, ইউক্ৰেইনৰ জটিল আন্তঃগাঁথনিৰ ওপৰত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আক্ৰমণ বৃদ্ধি কৰাৰ লগে লগে এই সপ্তাহৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনে ইউক্ৰেইনলৈ পঠাব ক্ষেপণাস্ত্ৰৰ বেটাৰী।

ৰাছিয়াৰ চলি থকা আক্ৰমণত ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু মস্কোৱে ক্ৰমাৎ লোকচানৰ সন্মুখীন হোৱাৰ লগে লগে তেওঁলোকে কিয়েভৰ বিদ্যুৎ কেন্দ্ৰসমূহত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। এনে পৰিস্থিতিত কিয়েভে আন দেশ বিশেষকৈ আমেৰিকাক পেট্ৰিয়াট ক্ষেপণাস্ত্ৰ প্ৰেৰণ কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে।

আমেৰিকাৰ সেনাই পেট্ৰিয়াট মিছাইল ব্যৱস্থাক তেওঁলোকৰ দেশৰ ‘আটাইতকৈ উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা’ বুলি অভিহিত কৰিছে।

উল্লেখ্য যে এই ক্ষেপণাস্ত্ৰটো ৰাডাৰ, এটা নিয়ন্ত্ৰণ কেন্দ্ৰ, শক্তি উৎপাদন সঁজুলি আৰু আঠটা লঞ্চাৰকে ধৰি একাধিক অংশৰে গঠিত।

পেট্ৰিয়াট মিছাইলৰ এটা বেটাৰী প্ৰস্তুত কৰিবৰ বাবে বহু জনশক্তিৰ প্ৰয়োজন হয় যদিও যুদ্ধত ইয়াক চলাবলৈ মাত্ৰ তিনিজন লোকৰ প্ৰয়োজন হয়। এতিয়া আমেৰিকাৰ পৰা বেটাৰীলৈ ৰাছিয়ান সেনালৈ শক্তিশালী পেট্ৰিয়াট মিছাইল নিক্ষেপ কৰিব ইউক্ৰেইনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd